সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোগ আৰু সন্ন্যাসী। ৬৬৯ পাৰে (১)। কিয়নো, অভ্যাসৰ বলত (২) সকল সিদ্ধ হয়। অৱশ্যে, তাৰ নিমিত্তে পুৰুষে পুৰুষাৰ্থ কৰিব লাগে।” অৰ্জুনে সুধিলে, “হে কৃষ্ণ। যি ভগৱানভক্ত ওৈ নিজ চিত্ত- চাঞ্চল্য দোষত যোগভ্ৰষ্ট হয়, যোগসিদ্ধি নহলে তেওঁৰ কি গতি হব। হে মহাবাহহ! (৩) সেই তত্ত্বজ্ঞানবিমূঢ় আৰু কৰ্মউপাসনাভ্ৰষ্ট লোক বতাহত পাহ পাহ হোৱা মেবৰ নিচিনাকৈ নষ্ট নাযাব নে? হে কৃষ্ণ। মোৰ এই সংশয় তুমি সৰ্বতোভাৱে নাশ কৰি দিয়া। তোমাত ৰাজে আন কেৱে মোৰ এই সংশয় ভন কৰিব নোৱাৰে।” (৪) ভগৱান শ্ৰীকৃষ্ণই এই বুলি বুজনি-সমিচাৰ দিলে, “হে পাৰ্থ। যোগভ্ৰষ্ট পুৰুষৰ ইহলোক বা পৰলোক কাচিতে নষ্ট নহয়। হে বাপি। (৫) (১) গীতা, ৬ অধ্যা, ৩৫-৩৬ (প্লাক। (২) “অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ” এই নীতিবচনফ ফিৰ পম খেদি নিলেও এই আঁতিগুৰিতে ওলায়গৈ। অভ্যাস আৰু পুৰুষাৰ্থৰ বলেৰে “অদৃষ্টৰ লিখন খাব ও অসম্ভৱ নহয়। (৩) ভগৱান শ্ৰীকৃষ্ণই ভক্তবৃন্দৰ আপদ-বিপদ বিঘ্ন-অমলাদি নিজ ভান আৰু মঙ্গলময় বাহুবলেৰে বিনাশ কৰে হেতুকে এইখিনিত অৰ্জুনে কৃষক মহাবাহে বুলি সম্বে ধন কৰিছে। বিশেষ, যশে দাৰঞ্জন নন্দনক্ষন গোৱৰ্দ্ধনধাৰী কংসচালুমন শিশুপাল-জাসন্ধৰি কেশৱ মধুসূদন মানৱশ্ৰেষ্ঠ দৈবকীয় বাসুদেৱৰ ভুজবল নিদৰ্শন ইতিপূৰ্বে বুৰি বুৰকৈ পোৱা গৈছে। (৪) গীতা, আধ্যা, ৩৭-৩৯ ফোক। (৩) পৰ্মত অৰ্জনে ভগৱান একক পৰমৰ কৰি এম ফাৰ তুকে ঐকৃষ্ণই অৰ্জুন সমনীয়া “সৰি সৰোখন মৰি, তেওঁৰু শিষ্য অন কৰি পপি সখেৰেৰে তেওঁৰ এখি আসলায় নেই।