পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৯
অন্যান্য (শোক প্ৰস্তাৱ, চিঠি-পত্ৰ, বংশাৱলী ইত্যাদি)

প্ৰয়াত উমেশ বৈশ্য (১৯৩৯-১৯৯৮)ৰ নিৰ্বাচিত প্ৰবন্ধ সংকলন ‘সুৰ বিচাৰি বাৰ বছৰ’ গ্ৰন্থ উন্মোচন অনুষ্ঠানৰ দুটি দৃশ্য।(ওপৰত) ক্ৰমে বাঁওফালৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা কবি-সমালোচক ড° কামালুদ্দিন আহমেদ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰো-উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীদেৱ আৰু বিশিষ্ট সাহিত্যিক, গল্পভাস্কৰ শ্ৰীযুত ৰিজু হাজৰিকাদেৱ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা কবি-সমালোচক ড° কামালুদ্দিন আহমেদ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰো-উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীদেৱ, বিশিষ্ট সাহিত্যিক, গল্পভাস্কৰ শ্ৰীযুত ৰিজু হাজৰিকাদেৱৰ সৈতে প্ৰয়াত উমেশ বৈশ্যৰ পৰিয়ালবৰ্গ।