পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


 আজি পৰম বন্ধু উমেশ চন্দ্ৰ বৈশ্য আমাৰ মাজত সোঁশৰীৰে নাই। কিন্তু তেওঁৰ কীৰ্তিৰাজি আজিও আছে জীৱন্ত হৈ। এই কীৰ্তিসমূহৰ জৰিয়তে তেওঁ আমাৰ সমাজখনত জীয়াই থাকিব যুগৰ পৰা যুগলৈ - শতিকাৰ পৰা শতিকালৈ—পুৰুষৰ পৰা পুৰুষলৈ। প্ৰয়াত বৈশ্যৰ সজল স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ বাহিৰেও তেওঁৰ সহধৰ্মিনী আৰু পুত্ৰসকলৰ লগতে আত্মীয়- স্বজন, বন্ধু-বান্ধৱসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

 জয়তু উমেশ চন্দ্ৰ বৈশ্য — উমেশ বৈশ্য — বৈশ্য।•

(লেখক সাহিত্যাচাৰ্য, বিশিষ্ট সমালোচক, নলবাৰী ৰত্ন তথা নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক।)