পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
২৩২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


কীর্তিৰে তােমাৰ বাৰম্বাৰ,
চিহ্ন তব পড়ে আছে
তুমি হেথা নাই”

—ৰবীন্দ্র নাথ ঠাকুৰ




(লেখিকা একেধাৰে এগৰাকী প্রবীণ সুসাহিত্যিক তথা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সু-
প্রতিষ্ঠিত কবি-গীতিকাৰ আৰু নাট্যকাৰ। বহু মূল্যবান গ্ৰন্থৰ প্রণেতা। অশীতিপৰ শ্ৰীযুতা
বণিক্যই বর্তমানেও নানান কবিতা, গীত আদিৰ সৃষ্টি তথা গ্রন্থ প্রকাশৰ কামত ব্যস্ত হৈ
আছে।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)