সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৩
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

কাল-চেতনা মৰ্মস্পৰ্শী ৰূপত উদ্ভাসিত হৈছে তেওঁৰ গীততⵓ

“কান্দা লক্ষ্মীনাথ হিয়া ধুলি ধুলি
অসমীৰ মুখলৈ চাই
তোমাৰে জীউলাউ অসমীয়া জাতি
আজি মৰোঁ মৰোঁ হায়।”

 গীতবোৰৰ সুৰাৰোপনতে অসুবিধা নহ'ব যেন বোধ হৈছে। তেওঁৰ গীতৰ অধিক চৰ্চা হোৱাটো কামনা কৰিছে।

 

(লেখক এগৰাকী বিশিষ্ট কবি, সাহিত্যিক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক।)
(অসমীয়া খবৰ, ২৭/৬/২০১০ত প্ৰকাশিত।)