সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

আশাকৰো তেওঁৰ এই সাঙ্গীতিক প্ৰতিভাৰ আৰু বিকাশ ঘটিব। সঙ্গীতপ্ৰেমীয়ে তেওঁৰ গীতসমূহ আদৰি ল'ব বুলি মই ভাবিছোঁ। তেওঁৰ সাধনা অব্যাহত থাকক—এয়ে কামনা।

নলিনীধৰ ভট্টাচাৰ্য
ৰূপনগৰ, গুৱাহাটী
১১। ০১। ৯১