পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উমেশ বৈশ্যৰ স্মৃতিত কবিতা

(কবিতা কেইটাৰ ৰচনাকাল ২০১০ ইং)

“হৃদয়ৰ ছন্দেৰে গাই গৈছিলা
সত্য আৰু সুন্দৰৰ গান আৰু বিলাই ফুৰিছিলা
প্ৰজ্ঞাৰ গাঠি খুলি খুলি সাহিত্যৰ সৌৰভ।
বিজ্ঞানৰ সূত্ৰ
অঙ্ক শাস্ত্ৰৰ জটিল ধাৰা।”

 

—মীৰা ঠাকুৰ