পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

এনেহেন এজন ব্যক্তি অকালতে এটি দুৰাৰোগ্য ব্যাধিয়ে গ্ৰাস কৰি স্বৰ্গবাসী কৰালে। ময়ো তেওঁৰ আৰোগ্যৰ বাবে অশেষ যত্ন কৰাৰ পিছতো বচাবলৈ নোৱাৰিলো। দাদাই আমাক এৰি গ'ল শেষত। দাদাৰ আত্মাই চিৰশান্তি লাভ কৰক, এয়াই মাথো মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।

 

(লেখক প্ৰয়াত বৈশ্যৰ প্ৰথম কনিষ্ঠ ভাতৃ তথা ষ্টেচন তত্বাৱধায়ক, তেতেলীয়া ৰেলৱে ষ্টেচন, এন.এফ. ৰেলৱে।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)