পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১০ নিৰিচাৰ সেই গন দৃঢ় হব। সংযােগৰ সংখ্যা সৰ হয় মানে বেছিকৈ মনত থাকিব। ন ১৪। মনত থাকা শক্তিয়েই সৃতি। বৃতি পটোৰে | এতে আমি তিনিটা যিনি কিন্তু | একেজাতীয় শক্তিৰ কথা প্রকাশ কৰে। ‘। জুলাই মাহৰ ১০ তাৰিখৰপৰা মােৰ ঘৰ হৈছিল। ইয়াত এখশতে স্বৰ হোৱা কথাটো জানা এটা কাম ; ই এহণ। সেই কথাটো মনত থাকা জানে এটা কাৰ; ই ধাৰণ। আৰু আজি এই এৱ লিখিবৰ সময়ত এই কথাটা মনত পৰা তৃতীয় এটা কাৰ। ই স্বৰ। স্মৃতি আমি অনেক কথা ধাৰ কৰোহঁক। যেনে, সৰু কালত কোন স্কুলত পঢ়িছিল, কোন মাষ্টাৰৰ কাপোৰ-কানি কেনে, কোন সময়ত কোনো বিশেষ উৎসৱ দেখিছিলো, আমাৰ ঘৰৰ চলাঘৰখৰ, কোনাে ডাঙৰ নদী আৰু অৰ ওপৰৰ নাও ইত্যাদি অনেক কম কথা আমাৰ নত গ খাই আছে। তাৰে কোনো এটা অং ৫শর মতে আমাৰ মনত পৰে ৰা অৰণ । কথা কিন্তু নত থাকে, আৰু গত কোষ ফল। যি ৰিবৰ চিত্রকর্ষণী শক্তি বেছি অর্থাৎ যি বিয়ে আমাৰ মনত বিশেষ প্রকাৰে চিন থৰ পৰিছে, সেই বিষটোক আমি