পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শিক্ষা-দানৰ বাণী। এনইয়িৰ সহায়ত কেৰল আমৰ বৰণটো কে জানি পাৰে; তাৰ গন্ধ, সােৱা, স্পর্শ, এইবিলাকৰ বিষয়ে দর্শন ইলিয়ই জ্ঞান দিয়ে কেনেকৈ? প্রকৃত পক্ষই নিৰপৰা গজিসম্বন্ধে আমাৰ জ্ঞান হৰ নােৱাৰে। কিন্তু না, জি, ছাল ইত্যাদি ইয়ৰপৰা আমৰ সম্বন্ধে হােৱ ধাৰণবােৰ ৰুপৰ পােৰা ধাৰণাৰ লগত বাৰ ৰাৰ সংযােগ দুই পৰাত, আমি যেতিয়াই আম দেখো তেতিয়াই তাৰ গন্ধাদি বিষয়ক ধাৰণাও আমাৰ মনত উদিত হয়। আন আন ইন্দ্ৰিয়ৰপৰ পােৰ ধাৰণাৰ বিষয়তো এই কম। ই-কালি গধুলি জোনাফত বাহিৰত বহি আছো; ৰহৰ পাখাত মিঠা গন্ধ ভাহি আহিছে। তেতিয়াই স্কুল কম্পাউত থাকা চানালা ফুলজোপা দেখিবলৈ কেনে, কিমান ডাঙৰ ইত্যাদি কথাৰ বিষয় মােৰ মনত পৰিল । ইয়াতে হাটানাৰ গন্ধৰ লগত তাৰ শন স্পর্শ সম্বন্ধে ধাৰণ বােৰৰ পৰস্পৰ সংঘােগ হৈ আছে। ৮। আৰু এই হাচানা-লোপা সম্বন্ধে কত কি কথা উপাত বিষৰ লতি মনত পৰে যি! ইয়াৰ ভাল না ল কৰ অবিহুৰ নিত ন ত ল । এপো মােৰ নিজা ফুললিতা কই