পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নিবেন। বােৰহাট সাহিত্য, সজাই ১৯১৬১৯৯৫ ইং চনত সকলো জানি লগীয়া কিছুমান বিষয়ত কেইটানি এৱন্ধ থােগাৰ কৰিছিল। ফলত শ্ৰীযুত দুৰ্গেশ্বৰ শৰদেৱে সৰল জ্যেবি, যুত হৰিসাদ বৰুৱা গেৱে “ভূ-ত” আৰু “বুত গেলেফট বাজেৰে এৰিা-খেতি সম্বন্ধে কোন প্রবন্ধ পাৰিছিল। মােৰ ভাগত শিক্ষাকে প্ৰৱন্ধ পাঠ কৰাৰ ভাৰ পৰিছিল। এই সৰু কিভাস-খনিৰ প্রথম অধ্যায় আৰু চতুর্থ অধ্যায় সেই ছেগতে লিখা। যােৱা বছৰৰ(১৯২২ ইং চনৰ ১ জুলাই আগষ্ট মাহত লাকী দুটা ৰ লিখা ছল। | প্রথম অধ্যায়ৰ প্ৰৱন্ধটো “প্রভঙ্গত” একাশ কৰা হৈছিল। শ্রীযুক্ত স্বাৰী প্ৰশাশুঞ্জি ( প্রযুক্ত ব্যধিানন্দ চৌধুৰী) সেই এৱৰ এটা সুচিন্তিত আৰু লিখিত সমালােচনা কৰি “প্রভাততে প্রকাশ কৰে। আৰীজী সেই সমালােচনা অনুসৰি নােৰ এই প্ৰটোৰ নোংশ পৰিবৰ্তন কৰিছে। এন যুক্তিযুক্ত আলােচনাৰ কাৰণে মই তেওৰ গুণ ।