পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শিক্ষা-বিচাৰ

এই কথা সঙ্কেতেৰে বুজাবলৈ তলত এটা ঘৰ দিয়া হল:—

পাৰিপাৰ্শ্বিক অৱস্থা
প্ৰাকৃতিক
সামাজিক
ইচ্ছাকৃত
স্বাভাৱিক
প্ৰভাৱ
প্ৰভাৱ
প্ৰাকৃতিকসামাজিক
পৰিবৰ্তনপৰিবৰ্তন
শিক্ষা

কুল-সংক্ৰমণ
(Heredity)
আৰু
পূৰ্ব জন্মৰ সংস্কাৰ

৯। জন্ম-মৃত্যুৰ অতি প্ৰাচীন সমস্যা আজি পৰ্য্যন্ত নবীন হৈ থাকিল। ইয়াৰ পৰা বুজিব পাৰি, মানব-সমাজৰ অভিজ্ঞতাই কিমান উন্নতি কৰিছে। অনেকে আজি কালি আত্মিকবিদ্যাৰ (Spiritualism) আশ্ৰয় লৈ এই মহা সংশয়ৰ স্থানত বিশ্বাসৰ স্থাপনা কৰিছে। এই