পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১২৮
শিক্ষা-বিচাৰ

উপসংহাৰ* খুজিছোঁ। এই চাৰি অধ্যায়ৰ *চনাত অনেক সমস্যাৰ কথা ওলাইছে; সেইফ**কেৱাৰ ইয়াত ঠাই হোৱা নাই, মাত্ৰ অলপ আভাস * হৈছে। আৰু ইয়াত যিবিলাক মত দিয়া হল ** নিজস্ব বুলি কবলৈ কাৰণ নাই, খ * কথাৰ অনুকৃতি কৰি নিজে বিশ্বাস নকৰা বা নুবুজা ** লিখা নাই বুলি মোৰ ধাৰণা।

 সি যি হক *বন্ধত মই তিনিটা কথা বিশেষকৈ কবলৈ চেষ্টা *— প্ৰথম শিক্ষাৰ প্ৰকৃত অৰ্থ; দ্বিতীয়, শিক্ষাই হে *গত চৰিত্ৰ উন্নত কৰিব পাৰে; আৰু তৃতীয়, শিক্ষা ** আৰু ষ্টেটৰ কৰ্তব্য অতি গুৰু।

 শিক্ষাত * কৰো। আমি আমাৰ সকলো লোককে প্ৰকৃ* দিব পাৰিলে, আমাৰ মানুহৰ কামৰ শক্তি বাঢ়িব * সকলো কথা প্ৰকৃত ৰূপে বুজিবলৈ বুদ্ধি ওলাব, * আনন্দ সুন্দৰ ৰূপে উপভোগ কৰিব পাৰা বৃত্তিবিলক* হব, আৰু পৃথিবীৰ ভিতৰত নিৰ বাবে শ্ৰেষ্ঠ ** ঠাই এখন উলিয়াই লবৰ ইচ্ছা আৰু সামৰ্থ্য হব * গুণতে ৰোগ-জৰ্জৰিত আলস্য- নিদ্ৰিত বিষাদ *ই জাতিৰ অস্থি-পঞ্জৰৰপৰা স্বাস্থ্যত নিঘূন কৰ্মত *ময় নতুন জাতি এটাৰ সৃষ্টি হব।

 কোনে কব ** দিন আমাৰ সমুখত পৰাহি নাই!