পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শিক্ষা-বিচাৰ ভাল অভ্যাস সম্পূৰ্ণৰূপে আয়ত্ত নহয় তেতিয়া-পর্যন্ত তাক পালন কৰাত অলপো ঐট কৰিব নালাগে। ভাল বা বেয়াৰ ফালে এটা খোজ দিলে সেই খােজে পাছৰ খােটা অনেকাংশে সহজ কৰি তােলে-অভ্যাসৰ এই নীতি সদাই মনত ৰাখিব লাগে। আৰু কোনাে সজ অভ্যাস যি পৰিমাণে আজিৰ লৱশ্যক আদিতে তাতকৈ বেছি পৰিমাণলৈ লক্ষ্য ৰাশিৰ লাগে। আত্ম-শিক্ষা আৰু আ-শাসনৰ এইবােৰ উপায়। ১৬। আত্ম-উন্নতি-প্ৰয়াসী লােকে আৰু এটা কথা মন কৰিব লাগে যে উধাইমুম্বাই চকু চৰিত্ৰ গঠন-- মুজি কাম কৰি থাকিলে একো ফুল । নহয়। গন্তব্য স্থান স্থিৰ কৰি ললে, ধীশতি হলেও, এদিন নে দিন সেই স্থানত উপস্থিত হব পাৰি বা তৰ ওচৰ চাপিব পাৰি। কিন্তু স্বাৰ কোনাে এট। লক্ষ্য নাই, সি সমৰু জীৱন হাবাথুৰি খাই দৌৰি ফুৰিও যতে আৰু তে থাকিব পাৰে। সেই দৰে নিদিষ্ট উদ্দেশ্যহীন লােকে এদিন এটা আন এদিন আন এটা কার্যত বৰ উৎসাহ আৰু শক্তি পটায়ে একো লাভৱা নহয়; কিন্তু অপেক্ষাকৃত ঢিলা লােকেও এক উদ্দেশ্যলৈ লক্ষ ৰাখি কাম কৰি থাকিলে শেষত গৈ জীৱনত অনেক উন্নতি কৰিব পাৰে। এই কে