পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এষাৰ...

 মানুহৰ জীৱন নিকা, কৰ্তব্যপৰায়ণ আৰু সাৰ্থক কৰি তুলিবলৈ মহৎলোকৰ জীৱনী প্ৰেৰণাদায়ক হৈ পৰে। সেই অভিপ্ৰায়েৰে চমুকৈ অকণিহঁতলৈ ‘শিক্ষাবিদ বাণীকান্ত কাকতি’ পুথিখনি আগবঢ়ালো।

 পুথিখনি প্ৰকাশৰ দায়িত্ব লোৱা শ্ৰী ফুলেন্দ্ৰ কুমাৰ বৰুৱালৈ বহু ধন্যবাদ যাচিলো। ধন্যবাদ জনালো ছপা কামৰ সকলো কৰ্মীলৈ।

 ত্ৰুটি মাৰ্জনাৰে—

চিনাকি
লেখিকা। জোনাকপুৰ, গুৱাহাটী-১৬
ফোন নং: ৯৮৫৯২৩৬০৬৭