পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
শিক্ষাবিদ বাণীকান্ত কাকতি

বাবে পোহৰৰ বাট দেখুৱাব পাৰে তেওঁ পৃথিৱীত অম্লান জ্যোতি হৈ চিৰকাল উজ্বলি থাকে৷

 সেয়েহে আমি তেওঁৰ কৰ্মৰাজিক আমাৰ জীৱনৰো লক্ষ্য কৰি লোৱা উচিত।

 ১৯৫২ চনৰ নবেম্বৰ মাহৰ ১৫ তাৰিখে এই নমস্য ব্যক্তি, অসমীয়া হিত সাধক ড° বাণীকান্ত কাকতিদেৱ পৃথিৱীৰ পৰা চিৰ বিদায়লৈ গুচি যায়। কিন্তু তেওঁৰ কীৰ্তি অমৰ হৈ ৰৈ যায়।

•••••••