সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

তেওঁৰ অদ্ভূত ত্যাগৰ মহিমা ভাৰতাকাশত উজ্জ্বল তৰাৰ দৰে জিলিকি আছে আৰু ত্যাগৰ শক্তিয়ে অনন্তক৷ললৈ ক্ৰিয়া কৰি থাকিব। বৰ্তমানে তেওঁ দিল্লীৰ ওচৰৰ যমুনা নদীৰ পাৰত অনন্ত শয্যাত নিদ্ৰামগ্ন। ভাৰতৰ লোক তেওঁৰ শোকত উত্ৰাৱল; তেওঁৰ শোকৰ ধ্বনি এতিয়াও মাৰ যোৱা নাই।

অন্ত

১৪২