সমললৈ যাওক

পৃষ্ঠা:শান্তনু নন্দন.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
মৰমৰ,

 অকণিহঁতলৈ

 

 ইয়াৰ আগতে মহাভাৰতৰ অন্যতম চৰিত্ৰ মহাৰথী
কৰ্ণৰ বিষয়ে ‘মহাবীৰ কৰ্ণ’ নাম দি অকণিহঁতৰ বাবে
লিখিছিলোঁ, সেইখনি অকণিহঁতে ভাল পাইছে বুলি জানি
এইবাৰ আকৌ মহাভাৰতৰ ভীষ্মৰ বিষয়ে ‘শান্তনু নন্দন’
অকণিহঁতৰ বাবেই আগবঢ়ালোঁ—

হেম বৰুৱা