পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চৰাই

তুমি চৰাই হ’লে ময়ো চৰাই হ’ম
তুমি পৰ হ'লে
ময়ো পৰ হ’ম।
মাথো তোমাৰ মোৰ পাৰ্থক্য থাকিব মৃত্যুৰ দিনা।
মৃত্যু আজি বা কালি চেগ্ বুজি ওলাই থাকিবা সাজি-কাচি।

ৰচনাকালঃ ২০০৪

৪২/শস্য তেজৰ অন্য ঋতু