পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গান

গাবা নেকি এটি গান
তিৰ্ বিৰাই আছে মোৰ কলিজাৰ ধান।

ৰচনাকাল : ২০০৪

শস্য তেজৰ অন্য ঋতু/৪১