পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ভুল

বাৰে বাৰে ভুল কৰো
আচলতে ভুলৰ পাঠ্য পুথি পঢ়োতে ভুল
কুঁপিপাঠ ভুল, ভুল জীৱনৰ জৰীপ— ভুল—মৃত্যুৰ সৰীসৃপ।

ৰচনাকাল : ২০০৪

৩৬/শস্য তেজৰ অন্য ঋতু