পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আঘোণ

আঘোণ বুলিলেই একালত হাতে-ভৰিয়ে কেঁচা সোণ
ধান দাই ওভতে এপৰ-এবেলা,
শাওনত নে কাতিতে বান্ধি থোৱা দুখৰ টোমনি
চৈ বান্দি গুচি যায় ঘোপ মৰা এন্ধাৰ আফালি—৷

ৰচনাকালঃ ২০০৪

শস্য তেজৰ অন্য ঋতু/৩৩