পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অনুভৱৰ খেৰকুটা
 কঢ়িয়াই
  বুকুত
   এতিয়া
    হাজাৰটা
     টোকোৰা
চৰাইৰ বাহ

তাতে বান্ধো আঁহা
 আলফুলে
  নিঃশব্দে
   নিৰলে
    এমুঠি নীলা
     এমুঠি
সেউজীয়া হেঁপাহ