সমললৈ যাওক

পৃষ্ঠা:শনি চৰিত্ৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
শনি চৰিত

শুনিও একান্ত চিত্তে যত সুধীগণ ।
শিৱপদ স্মৰি ৰচে দীন অভাজন |

-- ০ ০ ০ --

চিন্তিবাক বিচাৰি শ্ৰীবঙ্গৰ কাঠুৰিয়া
গৃহৰ পৰা গম ।

দুলাড়ি

শ্রীবৎস নৃপতি   আসি বন হন্তে
শূন্য গৃহ নিৰখিল।
কাঠুৰিয়া ভাৰ্য্যা  সবত পুছয়
চিঙ্গাদেশ কৈক গৈল।।
নেদেখি প্রিয়াক  দহে মোৰ প্রাণ
শীঘ্ৰে বাৰ্ত্তা দিয়া মোক ।
ৰাজাৰ কাকুতি  বচন শুনিয়া
কহে যত নাৰীলোক ।।
শুনিও ব জন  কহিবো বর্ণন
যিবা দেখিলোহো তাক।
কহিব খোজন্তে  হিয়া ভাগি যায়
এনুৱা দৈৱ বিপাক ।।