সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৯
শ্ৰীদৌভাগবত।


শঙ্কৰে দেখিবে লাগি চলে দৈত্য ইন্দ্ৰ।
লগত লড়িল মহা সৈন্য মেবখণ্ড॥

সৈন্যবৰ্ণনা॥

নাৰায়ণ নিগদতি,  শুনাঋষি মহা মতি,
 শঙ্খচূড় সমৰে সাজিল।
তিনিলক্ষ অক্ষৌহিণী,  বাহিণী সাজল মুনি,
 নুহি নুপজিব নহইল॥

টিপ্পণী।

ত্ৰিলক্ষা ক্ষৌহিণী
সেনাপতিঃ বৃত্তা মহাৰথ

তিনিলক্ষ সেনাপতি,  মহা মুখ্য যোদ্ধাপতি,
 প্ৰতিজনে দশটা নায়েব।
সেনাপতি আজ্ঞাবৰ্ত্তী,  প্ৰতি অযুতৰ পতি,
 সৰু সৰু সেন৷ পাল সব॥
সবে মিলি তিন লক্ষ  সেনাপতি সৈন্যাধ্যক্ষ,
 শঙ্খচূড় ৰাজাৰ সাজনি।