পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৯২ শঙ্কৰ সভাদিত হব লাগিছে । কৰ্ষিণ•ণ পুথিখনৰ বিষয়ে আমি । সম্প্রতি আষাৰচেৰেক কম। । এইখনৰ নিচিনা সুললিত সুশ্ৰাব্য আক পটি বা শুনি যাওঁতে মন মুহি যোৱা পুথি আৰু আসামত । দ্বিতীয় নাই। ই শঙ্কৰদেৰ । অমৃতময় লেখনীৰ অমৃতৰ ধাৰ । অপমীয়া লৰা বুট) মত। তিৰুতা এই পুথিৰ গুণত মুগুধ । অস- সীয়াৰ মূপে মুখে কহ্মিণী হৰণ পুথিৰ সুমধুৰ পদ।। মান কি, "তাসমীয়া নিৰক্ষৰ তিৰুতা মানুহৰ মুখতো ইয়াৰ মধুৰ পদৰ মধুৰ । সোৱাদ সততে লাগি আছি । অসমীয়া তিৰুতামামুহে কথা বাৰ্ত্তা কওঁতে ৰুক্সিণহৰণ পুথিৰ দুই চাৰি ফাকি পদ মাতি তাৰে তেওঁৰ কথাত তেল মাৰি" তাক সুগন্ধ কৰে । । শঙ্কৰদেৱে তেৰ পুথিৰ আদিতে কৈছে--"একে হুধিবশ কথা অমৃত সাক্ষাত। আৰু ভাগৱত কথা মিশ্র দিলে৷ তাত।। হয়ে কধ। পদবন্ধে কৰিচো মিলাই । যেন মধুমিশ্র রায়ে মতি স্বাদ পাঠ ॥" বাস্ত- বিকতে তেওঁৰ যন্ত সফল গৈছে। । তেওঁৰ পুথিখন সচাস’চি কৈয়ে মেী-সনা গ'গৗৰৰ নিচিনা অতি সোৱাদ যে হৈছে তাক । নিঃসন্দেহৰূপে কৰ্ণ পাৰি । মহাকবি । কালিদাসৰ গাতত পৰি । ৰ’ব’শৰ বৃত্তান্তৰ নিচিনা গঙাময় কথা যেনেকৈ অপম কাব্যময় ঢ়ৈছে অসমীয়া ভাষাত মহাকবি শৰ্মৰদেৱৰ হাতত পৰিও হবি । ব•শ মাক ভাগৱতৰ বৃত্তান্ত তেনেকৈ মত্পম কাব্যময় । হৈছে । কম্মিণীৰণ পুথি অসমীয়। সৰ্বসাধণৰ মন-মোহ হোৱাৰ প্ৰাপ্ত কাৰণ শঙ্কৰদেৱে অসমীয়াৰ ঘৱকথাৰে , ঘকর ভাবেৰে, ঘৰুৱা গাডেৰে সৰ্বসাধাৰণৰ মনোজ্ঞ কৰি পুথিখন ৰচনা কৰিছে। ভৗগক অসমীয়াৰ এজন আহি ৰজা । শদীপ্রভা অস।