পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আধT { ৯ ১ 'লে । পৰম গম্ভীৰ নাটীসবের জলে ॥ চাক কৰ কিসলয়। 'মাৰকত কান্তি । ৰত্নৰ শলকা নয় মাজুলিৰ পাহি । টুই হাতে ধৰি তুই চৰণ-পদ্মক । চোচতে আছন্তে সুখে বৃদ্ধ অমুঠক ।। শৰীৰৰ কান্তি দূৰ কৰে অন্ধকাৰ । দেf ঋষিৰাজ ভৈলা মতি। চমৎকাৰ 1* মাধৱদেৱৰ বালকগোপালৰ বৰ্ণনাৰ পুৱাৰ গীত এই বর্ণলীৰ । ভাত ৰচিত ।-গোবিন্দ চিন্তুছ বালগোপালং - ৰতন তলপমহ । শয়নে ৰহতু হৰি পঙ্কজ-নয়ন বিশালং | কৰ-পঙ্কজ যু!ে ধৰি পদ পঙ্কজ বয়ন-পঙ্কজে নিবেশিতং । মুনিবৰে কৈছে ছোড়ি অমিয়। মধু পদ-পঙ্কজ ৰস পীতং । বালক কেলি অমিষাৰস-সাগৰ মাধৱে। হে পৰমাং ।” দ্বাদশ” পুথিখন বে শঙ্কৰদেৱে তেওঁৰ বুঢ়বয়সত কৰিছিল, (সহটে। তেওঁৰ দ্বাদশৰ এক অধ্যাৰ এটা ভণিতাৰপৰা বুজিব পাৰ । ।~নভৈল ভকতি নাছাৰিব মোক দয়া। আৰ৷ ৰোগে। পীড়ে কেতিক্ষণে পৰে কায়া ।” সম্ভৱত: তেওঁ দ্বিতীয় বাৰ তীৰ্থ প্ৰমণৰ পিছত দ্বাদশ ৰচনা কৰিছিল। সপ্তম অধ্য। শঙ্কৰদেৱে ৰুক্সিণী হৰণ” পুথি, আৰু ‘কল্মিণী হৰণ নাট” এই থৈনৈা ৰচনা কৰিছিল। নাটখন তেওঁৰ আন ‘মান নাটৰ দৰে । সংস্কৃত নাটৰ আfহঁত ৰচিত ; আৰু সাজিলৈকে তাৰ ভাৱনা সত্ৰ