পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ষষ্ঠ আধ্য । ৮৪ ব্ৰহ্ম-অংশ জীৱক তথাপি আবৰয় ॥ যেন মেঘ গৈলে চকু সূৰ্য্যক। ন্নিৰখে । অহঙ্কাৰ গুচিলে ব্ৰহ্মাকে| জীৱে দেখে । মায় এৰে আপুনি বুদ্ধিৰ গুচে ভ্ৰম । নিৰ্ম্মল হৃদয় জাঁৱে দেখে পৰংব্রহ্ম ॥ যি কালত জ্ঞান অন্বে ছেদে । অহঙ্কাৰ । দ্বিরে কৰ্ম্ম-বন্ধ তেৱে জাৱে আপোনাৰ ॥ হৃদয়ত পৰম আনন্দ হোৱে জাত। পৰিপূৰ্ণ আত্ম হোৱে মনত সাক্ষাত ॥ দেহকো নেদেখে জীবে হোৱে ব্ৰহ্মময় ।” শোক, মোহ আৰু মৃত্যুভয় দূৰ কৰি জ্ঞান মহৌষধি, নাfত জন্ম পূতো অদ্যাপি নোহে৷ জাত । আইৰ সমৰ তুমি শাসে সাক্ষাত ॥ দেহাৰেসে ধৰ্ম্ম ইটে জনম মৰণ । দেহৰেসে মস্তে হোৱে দেন্ত উতপন। ॥ দেততেসে আছা মাৱ তুমি দেওহীন । 1ন অগ্নি থাকন্ত কাষ্ঠত কৰি ভিন। ॥ যেন ঘট । ভাগি গৈলে দটৰ আকাশ । আকাশতে লীন যায় নাই কাৰ নাশ । ॥ জনম মৰণ হটে দেহাৰেসে ধৰ্ম্ম মনে ভ্রজে কাৱৰ শৰীৰ গুণ কৰ্ম্ম । মমকে। মায়'য়ে ফ্রজে জানা সাৰেসাৰ ( প্রমৰ কাৰণে হোৱে জীৱৰ সংসাৰ ॥ তৈলমানে শলা বহ্নি সংযোগ যাৱত। দীপ হেন বুলি তাৱে প্ৰকাশে লোকত ॥ দেহ মন কৰ্ম্ম আত্মা যাৱত সযোগ{ তাৱে জীৱ নাম থাকে ছখ কৰে ভোগ । ॥ দেহকন্তী মনৰেসে জানিবা সংসাৰ । । জনম মৰণ একো নাহিক আত্মাৰ ৷ যেতেন সংযোগে গুচে দীপৰ প্ৰকাশ । মহা । জ্যোতিঃ ৰূপে অগনিৰ নাই নাশ । ... মই পৰমাত্মা আৰু নাহিকে সন্দেহ । দেহতেসে আছো মই সুহি ইটো দেহ ॥ যি ম: লেহি ব্ৰহ্ম মান। হেন মনে । যি ব্ৰহ্মৰ লেট মই বোলা সৰ্ব্বক্ষণে । এতেকে গুচিবে শোক মোহ মহাৰথ । কহিলো তোমাত ইটো ব্যৱহাৰ