পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮৮ শঙ্কৰদেৱ । পৰিবৰ্তনশীল জগতত প্রতিমন্ত্ৰতে আমাৰ শৰীৰৰ যি পৰি বৰ্তন হব লাগিছে, শঙ্কৰদেৱে তেওঁৰ পদত কেনেকৈ চমুকৈ কৈছে চোৱা —“যেনে আকাশত চন্দ্ৰ সূৰ্য্য গতি কৰে। । তাক পক্ষিবাক নপাৰয় কোনে1 নৰে । বেনে নদী সমস্তৰ জল যায় বহি। তথাপি আগতে দেখে নদী আছে ৰহি॥ এহি মতে ব্ৰহ্ম আদি কৰি যত তৃণ । সবাৰে শৰীৰ ক্ষণে ক্ষণে হোৱে ভিন । " রক্ষাজ্ঞান আৰু ব্ৰহ্মজ্ঞানীৰ বিষয়ে মুগভীৰ তত্বৰ কেনে বিশদ বে বর্ণনা, তলত দিয়া কেইফাকি পঢ়ি চোৱা। শঙ্কৰ দেৱৰ কাপৰপৰ। হে জটিল কথাৰ এনে প্ৰাঞ্জল বৰ্ণন সম্ভৱ । । "ব্ৰহ্মজ্ঞানী দেখে জগতক বক্ষাময় ৷ বুদ্ধি মন ইন্দ্রিয় মতত্ব তাত স্কাৰ । ব্ৰহ্মত পৃথক নোতে যতেক সংসাৰ । রক্ষা ব্যতিৰেকে মিছ। ঘও দেখ' আন । জৰীত উপজি যেন আচে সৰ্পদান। জাগন সপোন বদ্ধিৰেসে বুচিয়। নানাবিধ দেগা যিটো সবে মায়াময় । ক্ষণেকতে ওপজে ক্ষণেকে নাশ হয় । সমস্তে অস্তযেন টাটকৰ ম য । যেনে আকাশত মিলে সংহত মেঘৰ। ক্ষণেকে থাকিয়া হোৱে ক্ষণেকে অত্বৰ ॥ ব্রথতো জগত বাঙ্গা জানা সেহি নয। উপজিয় । ব্ৰঙ্গত ঐক্ষতে যায় লয় । ॥ এক ক্রম আছে সঞ্চ দেহত প্রকটে যেমে এক আকাশ প্রত্যেক ঘটে ঘটে ৷ জলত সূৰ্য্যক যেন দেপি ভিন ভিন । এহি মতে জানিব । ব্রক্ষতো ভেণহীন ৷ কথন। কুণ্ডল ধট গডেচ হেম হাৰ । একে থবৰ্ণক দেখি অনেক আকাৰ । সেহি মতে এক ব্রন্ধ জামে শুদ্ধ সিদ্ধ। অজ্ঞানত বাক্য বোলে। তাঙ্ক বহুবিধ । সুৰ্য্যৰশ্মি তোৱে যেন মহা মেঘগণ। সূৰ্য্য-। চক্ষুক তথাপি কৰে ছন ॥৷ ব্ৰহ্মৰ স্বৰাপ । অহঙ্গাৰ যদি হয় ।