পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ আধ্যা ৮৭ একোৱে নাঙ্গানে কিছু নাপাৰে খণ্ডিত। বহ বকী ভৈলে । তাক বুলিবে পণ্ডিত ॥ ধন জন বিক্তৱ নাখাকে ঘাৰ আতি । সেইজন অসাধু লোকত অসঞ্জাতি পৰম দাম্ভিক যিটো ধনৰ। গৰ্ব্বত । "সেহিজন মহা সাধু বোণাইবে লোকত ॥ শৰীৰক ঘসিপিসি কৰিবেক স্নান । হৈবেক কলিত অলঙ্কাৰ এহিমান ৷৷ চতুৰ্ভিতি বেটি মাধে ৰাখিবেক পাস । কেশতেসে হৈবেক লাৱণ্য লয়লাস ॥ নাদধিবে মহাগুৰুজনকো হেলাত । বিদূৰৰ জলে তীর্থ বুদ্ধি হৈব জাত {.. ..•দান পুণ্য কৰিলে মোহোৰ হৈবে খ্যাতি । হেন দত্ত ভাৱে ধৰ্ম মাচৰিবে আতি । কাহাৰো সুছিবে আউৰ তনু মন শুদ্ধ। ছাগ সম হৈৰে ধেনু হৰিবেক ঘঞ্চ ॥ যতিয়ে অ!শ্রমী হৈব গৃহস্থৰ নয়। ভাৰ্য্যাৰ কুটুম্বে হৈব হৃদ নিশ্চয় ॥... ৰামপ্ৰস্থী সন্ন্যাদীয়ো হৈবে প্রামবাসা। মহা ধনলোভা হৈবে । যতেক সন্ন্যাসী ॥ ....মিছা মসতি সাউদে কৰিবে কিনা বিক।। জবেক সম্পদ কৰি নিলিত জীবিকা ৷ উৰম নায়ক যদি হোৱে ক্ষীণবিত্ত। নাদৰিবে তাক পুৰাতন যত ভূত। ৷ যদি ৰোগী ভৈল ভৃত্য অনেক পুৰুষী। দেখি স্বামী সবে তাক এৰিব নূপুষি। ধেমুকে ত্যজিব যেবে ঘঞ্চ ভৈল হীন । কলিত হৈবেক লোক তিৰী পৰাধীন ৷ পিতৃ মাতৃ জ্ঞাতি যত ত্যজিবে সোদৰ । ভাৰ্য্যাৰ কুট হৈব মূহণ লোকৰ ॥ নিজ গোত্র কুটুৰতে এৰিবেক আাশ। ভাৰ্য্যাৰ ভ্ৰাতৃত মাত্ৰ কৰিবে বিখাস ॥ শূদ্ৰ সবে ধৰিবেক তপস্বীৰ বেশ । ছদ্মে দান লৈয়া আমিবেক দেশ দেশ : মূথ ৰ উন্নতি হৈব ফুৰিবে উদি। ধর্ম বথামিবে উচ্চ সাসনত বসি ॥”