পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় আধ্যা। ৪১ ঘৰৰপৰা আহি শঙ্কৰদেৱে ৰজাক সাক্ষাত কৰাত শৰদেৱৰ পণ্ডিত্য আৰু ধৰ্মজ্ঞান দেখি ৰজাই তেওঁৰ প্ৰতি ভক্তিযুক্ত হৈ ব্ৰাহ্মণসকলৰ ওপৰত বিৰক্তি প্ৰকাশ কৰিছিল । ইয়াৰ পিছত ৰজা শৰদেৱৰ পৰম অনুৰাগী হৈ পৰিছিল। । ৰজাৰ হৰবাৰ ব্ৰাহ্মণসকলৰ ওপৰত শঙ্কৰদেৱে জয় লাভ কৰি পাটবাউসীলৈ উভতি আহিল। ইয়াৰ পিছত নৰনাৰায়ণ ৰজাই শঙ্কৰদেৱক আকৌ এবাৰ কোচবেহাৰলৈ মতাই নিছিল। এইবাৰো শঙ্কৰ দেৱে ৰজাৰ ওচৰত ছমাহ থাকি পাটবাউসীলৈ উভতি আহিল । কিছুদিনৰ পিছত ৰজাই আকৌ মানুহ পঠিয়াই শঙ্কৰদেৱক নিজৰ ওচৰলৈ লৈ গল । এইবাৰ ৰজাই শঙ্কৰদেৱেৰ ওচৰত শৰণ । লৈ fশষ হবৰ হsg { । প্রকাশ কৰা প্ৰথমতে শঙ্কৰদেৱে অনিচ্ছা প্ৰকাশ কৰাতে। ৰজাত মেৰাত তেওঁ সম্মত ৮ৈ ‘আজি ব্ৰত উপ বসে থাকক , কাইলৈ যি হয় কৰা যাব” বুলি কৈ বহালৈ উভতি আহিল । পিছদিন। শঙ্কৰদেৱৰ যোৱত পলম হোৱাত ৰজাই তেওঁক লৈ যাবলৈ দোল! সাঢুং পাঠিয়াই দিলে । ৰজাৰ মান্বহে দোলা লৈ অহা দেখি শঙ্কৰদেৱে কলে যে “ধাক যাব লাগে যদি ভালকৈয়ে যাম । ” এই বুলি তেওঁ হাত মুখ ধুই নতুন কাপোৰ পিন্ধি 'অং৮ গছৰ তলত যোগাসনত বহি (১) “পাৰে পৰি হৰি, কৰে (ছে। কাতৰি, পাণ ৰখবি মোৰে । বিষয় বিষধৰ বিষে জৰ এহি কখ। চিলাৰায় দেৱালে শুনিয়া চেৰাই মাসিক চাই বুলি মাতি । একশত টকাৰ টোপলি দিবোঁ তোক। ফাট কৰি শখৰক জানি দেহ মোক । আনিলেক শৰেক দেৱানে অনিল । গৃহ অাধেৰেখে ৰজই আমিগ । জানিলাহা যাওঁ বুলি আলিঙ্গি ধৰিল । সাগৰ কৰি অভ্যৰ লাগি নিল । কহিতে শঙ্কৰৱে হযিথে বহিল। '--লৈছাৰি ।