পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


3 শঙ্কৰদেৱ । টিবাউসীতে নিগাজী সত্ৰ থাপন । কৰি শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ ফুল মৰ্ম্মানুসাৰে বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি আাছিল । হিড়িম্বৰ বজাই শঙ্কৰৰ প্ৰচাৰিত ধর্ম | গ্রহণ কৰিবৰ ইচ্ছা প্রকাশ কৰাত, মাধৱ দেৰৰ হতুৱাই শঙ্কৰদেৱে সেই ৰজাক ধৰ্ম্ম দিয়াইছিল। চিলাৰায় দেৱানে ৰামৰায় আতাৰ কন্যা ভুবনেশ্বৰী পত্নীৰপৰা শৱৰৰ ও৭ শীল গুনি শঙ্কৰক মতাই নি বৈষ্ণৱধৰ্ম গ্ৰহণ কৰি শঙ্কৰদেৱেৰ শিষ্য হৈছিল। শঙ্কৰৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বেছি হৈ ব্ৰাহ্মণ - সকলৰ অৱলম্বিত তত্নোক্ত । ক্রিয়াকলাপৰ ব্যাঘাত হোৱাত ব্ৰাহ্মণ। সকলে শঙ্কৰদেৱক দ্বেষ কৰিবলৈ ধৰিলে। কোচবেহাৰৰ ৰজ। নৰনাৰায়ণক ব্ৰাহ্মণসকলে শঙ্কৰৰ বিপক্ষে নানা কথা লগাবলৈ ধনাত ৰজটি পাটবাউসীৰপৰা শঙ্কৰদেৱক ধৰাই নিবলৈ মানুহ পঠিয়ালে। এই বাতৰি পাই তাৰ আগেয়েই চিলাৰায় দেৱানে । শঙ্কৰদেৱক লৈ গৈ নিজৰ ঘৰত থৈছিল* । তাৰ পিছত দেবানৰ । • জনগৰে হেন ভৈল তাক শুনিলেক ৰাজাৰ আগত খল দিলে বি গুলোক । সমeে ৰাজ্যক নষ্ট কৰিলে শৰণ। শুভ কথং নমস্কাৰ লয়ে ব্রাহ্মণৰ রাহ্মণৰ খ্রীরা সেৱা কৰে শঙ্কৰক । । ঘৰে ঘeে fহয়৷ ফুৰাৱয় পাদোদক । পিতৃৰ গৃহ ও পুত্র ৰকৰে ভো ন বোtল ন ; কস তই হৰিত শৰণ । কৈবৰ্ত্ত কোলত কোঁ৯ ব্রাহ্মণ সমও) একে লগে থাঃ দুখ fচৰ কল যত । অল্প ৰহি জগন্নাথ প্রদদ কৰা । ই গাৱে সি গৱে তাক দিয়া ফুৰাৱণ । ব্রাহ্মণবো ওক হই দের উঃদেশ । শঘl nান জাতি যন্ত কলরয় বিণেব ॥ হেন শুনি নৃপতিৰ •ৈ কোপমন । মহাক্ৰোধ কৰি ৰাজ্য বোলয় বচন । হেন জনীতি যিটো ৰাষ্ট) ৰপ্তর । ছত্রস্তর স্বs tৰ প্ৰজাৰ ফুঃখ হয় । চাৰি গাৰগলি ই আন শৰব। অনাচাৰ কৰি মই কৰিলে ৰাe { ॥ কৰিবে বিচাৰ এতু হই নিষ্ঠে যেৰে । চাইবো দামা সত্যে শৰথ হালে তেধে ॥ নিষ্ঠ কৰি বোলে। মাংস বেঙ্গালে খুবইধো । শঙ্কৰৰ হুছে নিষ্ঠ জগনি পুৱাইবো । যদি মই নৰনাৰায়ণ ৰাজা হওঁ । তেৰৈ শৰক নিশৰ কৰিওঁ ।