৩ ৬
শঙ্কৰদেৱ ।
দেখি গোসানীৰ আগত বলি দিবলৈ পাঠ আমি দিয়াটো তেওঁৰ
পক্ষে অসম্ভৱ কাৰ্য্য হৈছিল । দিনৌ মাধৱে । বৈনায়েকক *পাঠ৷
আনিছা নে" বুলি সোধে, আক বৈনায়েকে ঘুৰাই পকাই সেট
কধাৰ ঠিক উত্তৰ নিদি "বিচাৰিছে৷” শু আনিম” ইত্যাদি কথ। কৈ
গা সাৰে । -পূজাৰ ওচৰ চাপিল। এদিন মাধৱে বৈনায়ে
কেৰে সৈতে মজিয়াত বহি ভাত খাওঁতে ং কৰি বৈনায়েকক
স্থধিলে
খোকোৰাকুচীয়া তুমি বুদ্ধিত পগল ।
কিছু আনি নেলা মোক পূজাৰ ছাগল ?
এই দৰে কৈ ৷ মাধৱে বৈনায়েকৰ ওপৰত বৰকৈ খং কৰিলত,
বৈনায়েকে তেওঁক উত্তৰ দিলে,~
“আমাৰ আগত দেখোৱাহা বনগোট।
শস্কনৰ আগত হৈবাহা লোটদোট ।
এই উত্তৰ শুনি মাধৱে আচৰিত হৈ বৈনায়েকক সুধিলে,
"মোতকৈ ও কোনোবা ডাঙ্গৰ পণ্ডিত আছে নে ' ” ৰামদালে ।
উত্তৰ দিলে “তুমিয়ে নিম্ভক বৰ পণ্ডিত বুলি অহঙ্কাৰ কৰা হবলা ?
কাক কাইলৈ তোমাক শঙ্কৰদেৱৰ ওচৰলৈ লৈ যাম।” মাধৱে৷
এই কথাত মান্তি হৈ পিছদিনা ৰাতিপুৱা স্নান কৰি গুৱা পান গৈ।
ৰামদাৰে সৈতে নৈ পাৰ হৈ শঙ্কৰৰ থান পাই শঙ্কৰদেৱৰে গৈতে
সাক্ষাত কৰিলে। ৰামদাসে শঙ্কৰদেৱৰ ‘আগত মাধৱৰ পৰিচয়
দিলত শঙ্কৰে কলে *এৰ, মনোৰমা বাইৰ পুক বৰ এটা হশ ;
মূৰে মূৰে ঠেকা লাগিলেও চিনি নেপাওঁ ।
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩৮
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
