পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


38 শঙ্কৰদেৱ । যোৱা হৰাশঙ্গা বৰাই তেওঁক তেনে অৱস্থাত দেখিবলৈ পাঠ নাও বগাই তেওঁক সুধি তেওঁৰ বিপদৰ কথা জানিব পাবি, তেওঁক আৰু তেওঁৰ সহধৰ্ম্মিণীক নিজৰ নাৱত তুলি লৈ গৈ আপোনাৰ ঘৰতে যত্ন কৰি ৰাখিলে। হৰশিঙ্গা বৰাৰ ঘৰৰ ওচৰতে লেটেকুপুখুৰী নামে ঠাইত ১৪১ শকৰ জেঠৰ পূৰ্ণিমা তিথিত কৰিবাৰে মাধৱ-দেবৰ জন্ম হয় । কিছুমান বছৰৰ পিছত বলকণা ‘, ৰীয়ে নিজৰ স্ত্ৰী আৰু পুত্ৰৰে সৈতে হৰশিঙ্গা বৰাৰ অাশ্ৰয় এৰি ঘাঘৰি মাঙ্গি নামে এজন তেওঁৰ পুৰণি বন্ধু আশ্ৰয় কালে ঘাঘৰি মাজিৰ ঘৰতে বৰকণা গিৰীৰ উৰ্ব্বশ নামে এটা কন্যা ওপজে, মাক পিছত তেওঁ গয়া পাশি বা পাম দাসেৰে সৈতে : য়া দিছিল তে ওলোক দ্বাধবি মাধৱক উনি আৰু উৰ্ব্বশী বিয়া দিবৰ হৈছিল দেখি, ত বা কণা গিৰীৰ স্বজাতিৰ লোক নথকা বাবে তেওঁ ছোৱালীজনী বিয়া দি ৰ নিমিতে কায়স্ককুলীয়া লৰা বিচাৰি নাৱেণে টেস্কুইব্লানিৰ ফালে যাত্ৰা কৰি অাছিল । টেমুৱানিলৈ অাহেঁতে বাটতে বলকণা গিৰীয়ে তা বা ৰেীতা নামে ঠাইত হে কোৰাকুচি নবাসী গায়াপাণি নামেৰে কায়স্ককুলীয়া লোক এজন পাই, তেওঁৰ সৈতে উধ্বশাক বিয়া দি, জোৱায়েকৰ ঘৰৰ চলতে নিজালৈ ঘৰ সজাই বসতি কৰিলে ! তাতে তেওঁ মাথাকে। উপনয়ন দিলে । কছুমান দিনৰ পিছত জোঁৱায়েক গয়াপাণিৰ ঘৰতে স্থা অাৰু কন্যাক গৈ বৰকণাগিৰীয়ে মাধৱক লগত লৈ তেওঁ পুৰণি ঘৰ বাকালৈ উভতি গল । বা ষ্টুঞ্চাত তেওঁৰ বৰ পুতেক দামোদৰ আছিল । বহুকালৰ মূৰত দামোদৰে পিতাকৰ পাই, অাৰু ন ভায়েক মাধৱক দেখি পৰম আনন্দিত হল, মাক