পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৩ - শঙ্কৰদেৱ । “বিধৱা সব বন্ধা৷ অন্নক ভুজিবোঁ কেনে ? উত্তম শূদ্ৰৰ বৰ দোষ” ” ত্ৰিহুতৰ জগদীশ মিশ্ৰ নামে এজন ব্ৰাহ্মণে জগন্নাথৰ আগত শ্ৰীমদ্ভাৱত শাস্ত্ৰ পঢ়ি শুনাবৰ মনেৰে পুৰীলৈ গৈছিল। প্ৰবাদ অাছে, ব্ৰাহ্মণে তাতে জগন্নাথৰপৰা স্বপ্লাদেশ পালে । যে তেওঁ কামৰূপলৈ গৈ শ্ৰীশঙ্কৰদেৱক ভাগৱত শুনাওক । এই আদেশ মতে ব্ৰাহ্মণে সুধি সুধি মাহে আহি টোনি বৰদোৱা পালেহি । শঙ্কৰদেৱ সেহ সময়ত তেওঁৰ পেহাক কেতাই খাক চাবলৈ কেতাইথাৰ নগব গাংমৌলৈ গৈ তাতে তিন দিন আছিল । ব্ৰাহ্মণে শঙ্কৰক বিচাৰি গাংমৌ পাই তাতে শঙ্কৰদেৱৰে সৈতে দেখা কৰি ভাগৱত শাস্ত্ৰ পাঠ কবি শঙ্কৰদেৱক শুনাবলৈ ধৰিলে ! যি দিনাই ভাগৱত শুনোৱা শেষ হল সেই দিনাই ব্ৰাহ্মণৰ তাতে মৃত্যু হল । সেই ভাগৱত শাস্ত্ৰ শঙ্কৰদেৱে পাই ভক্তিপন্তৰ বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ

  • ‘শ্ৰীযুক্ত যে নাকী সম্পাদক মহাশয় নিবেদন,

ভাগ জানাকীত ওলোৱা শ্ৰী শ্ৰীশঙ্কৰদেৱৰ চৰিত্ৰত অনেক মূলক আৰু অশুদ্ধ কথা আছে । লেখাকে স্তৱানীপুৰীয়া গোপাল অমাতাৰ পথাৱলম্বী ৰমানন্দ নামে লোক এজনে চা চৰিত্ৰ পুথি । এই চৰিত্ৰ লেখিছে যেন অনুমান হয় । সেই মানন্দ শঙ্কৰ দেৱল পুত্ৰ ৰমানন্দ ঠাকুৰ দেৱ নহয় । তেওঁৰ দ্বাৰা শচিত চৰিত্ৰ সা-সাধুৰ গ্ৰহণী নহয় , কাৰণ তাত বহু ত যোৰা দিয়া মিছা কথা৷ অ,ে । কাস্থ জাতিৰ ভিতৰত বিধৱা গ্ৰহণ কৰা নিয়ম নাই গ্ৰহণ কৰিলে তাৰ হয় । কিন্তু জোনাকীৰ ‘শঙ্কৰ দেৱ প্ৰক্ষিত এনে অসৱ কথা লেখা হৈছে । জোনাকীত, ডাল পা নোযোৰোৱা অাৰু শুদ্ধ কথা থকাহে কাঞ্চী, অাৰু তেনে লেহে সি সকলোৰে আদৰণী হ’ব । এতেকে আপোনাক এই কথা মীমাংসা কৰিবলৈ জনালে । শিৱসাগৰ, ১ 8 9 ৰ, ১৮১৮ । দীননাথ শৰ্মা বেজবৰুৱা৷ ”