পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শঙ্কৰদেৱ । লাগিব । এই ছোৱালীৰে নাম সুৰ্য্যাৱতী, আৰু এওঁকে মহাসমা ৰোহেৰে পিছত শঙ্কৰদেৱলৈ বিবাহ কৰোৱা হৈছিল । শঙ্কৰদেৱে গৃহস্থাশ্ৰম ধৰ্ম্ম অতি সুন্দৰকৈ আচৰণ কৰি এজন আহি গৃহস্থ হৈছিল । * সূৰ্য্যাতীৰ গৰ্ভত শঙ্কৰৰ মনু নামে এক কন্যাৰ জন্ম হয়। সেই কন্যা তেওঁ হৰি নামে কায়স্থ এজনলৈ বিয়া দিছিল। ইয়াৰ পিছত তেওঁৰ শ্ৰীৰ মৃত্যু হয়। শঙ্কৰৰ বিয়াৰ পিছতে কুসুম্বৰ চুকায় । পিতৃ আৰু স্ত্ৰীৰ মৃত্যুৰ পিছত শঙ্কৰৰ মনত বৈৰাগ্য উপস্থিত হৈ জীয়েক জোৱায়েকক ভায়েক বনগঙ্গা। গিৰীৰ তত্ত্বাৱধানত থৈ পিতৃ মাতৃ আৰু স্ত্ৰীৰ অস্থিলৈ তেওঁ তীৰ্থ কৰিবলৈ গল। তীৰ্থলৈ যাওঁতে তেওঁৰ লগত ৰামৰাম গুৰু, মহেন্দ্ৰ কন্দলিকে আদি কৰি ১৭ জন লগৰীয়া যাত্ৰী গৈছিল। তীৰ্থ লৈ তেওঁলোক খোজ-কাটি গৈছিল । প্ৰথমতে শঙ্কৰে গঙ্গাঙ্গান কৰি পিতৃ মাতৃ আৰু পত্নীৰ অস্থি গঙ্গাত লগালে ; তাৰ পিছত গয়ালৈ গৈ তেওঁলোকৰ পিণ্ড দিলে । গঙ্গাত ৯ দিন, গয়াত তিনি ৰাতি থাকি তাৰপৰা দহ দিনে অাকেী গঙ্গালৈ অাহি, একৈশ দিনে গৈ

  • গণ সঙ্গে, এ কাল ৰঙ্গে , ম ৩ মহা ৎসাহ ;
  • পে ৰিপোনী কন্যা এ কথানি কৰিল তেহেঁ ব্ৰিাহ ।

গৃহাশ্ৰমে থাকি ধৰ্ম্ম আচবহু শাস্ত্ৰক যেন বিহিত । স্নান তৰ্পণ সন্ধা! বন্দন জাৰ কৰ্ম্ম নিত ; খী দাৰিদাৰু, প্ৰাৰ্থক্ষ জনক স্বস্ত দে স্তু মাতি । ৰাজা, জাতি মিত্ৰক পোষা পল জাতি ৷ দানী ঘাস ধন্ত সবাকে সত্তত মাতন্ত মধুৰ বাণী । মে সাহিৰৰ তাহান বাকাত দুখ পাৱৈ কোনো প্ৰাণী । আন লোক যত সবাকে তু, যাক যথোচিতভাৱে । সন্ধয় হৃদয় যেন জলময় কৃপালু গুণ ভtৱ । দৈতাৰি ।