পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শঙ্কৰদেৱ। শঙ্কৰদেৱ যেনে শুৱনি পুৰুষ আছিল তেওঁৰ গাত তেনে বৰ বলও আছিল। চৰিত্ৰ-পুথিত আছে, – এদিন তেওঁ কলি-ধৰা৷ পৰমানন্দ আতৈৰে সৈতে বাটেদি যাওঁতে এটা দুষ্ট ষাঁড়ে তেওঁক খুচিবলৈ খেদি অহা দেখি, তেওঁ ককালত কাপোৰ বান্ধি লৈ দুই হাতে সড়টোৰ দুই শিঙ্গত ধৰি দ্বাৰু মুচৰি তাক পিছ হেঁাহকাই পেলাই দিলত য’ড়টো মৃত্যতুল্য হৈ অলপমান পৰি থাকি, উঠি পলাই লৰ মাৰিলে। শ

"দিনেক শঙ্কৰদেৱ কৰিয়া তেমন। কৰি মুখ বৃদ্ধি পথে কৰন্ত গমন। খান চাৰি গুৱাপান ৰাম হাতে ধৰি। চলন্ত পথত আতি লীলাগতি কৰি। সেহি বেলা যাপ্ত এক আগে -পগত। হাতে বাঢ়িলে পলাইবাক নপাৰিলে। দিৰে দুখ ইটো মোঙ্ক অৱশ্যে ও নিলে। স্বাৰম্বাৰ ইটো মসুয়ক মাৰিছয়। শিক্ষা পাতি শঙ্কৰক খেদি যা আসয়। আ শঙ্কৰদেৱ বহি তাক চাই। মনে গুশি আন একো নাপা উপায়। গুৱাপান এৰি দুই হাতে দুই শিঙ্গে। ধৰিয়া দিলন্ত ডাবি অতি বৰ ৰিঙ্গে। পাছক লাগিয়া হেন্দোচিয়া তাঙ্ক নে এৰাইবোঁ কিমতে বুলি মনত গুণ। দুই ভিতি খাল দিশ নাহি পলাইবাক। ৰাম পাশে খালত পেহলাইলা চিতে তাঙ্ক। খালে পৰি ফৰ কৰে অতিশয়? ভয় হয়৷ চাৰিও চৰণ নাছাৰয়। ডাঠ মল মুত্ৰ তাত্তি শঙ্কৰদেৱক। দেখিয়া পলায় আৰ নচাৱে পাছ।