ষোড়শ আধ্যা
বিহপতাত বাতুলতাৰ আধিক্য, সেইবাবে তেওঁৰ লগে লগে সেই
ধবিহবলতাৰ শাহ গৈ তেওঁৰ পিছত তাৰ বাহটো মাথোন ৰ'ল,
সেইদেখি চৈত্য প্ৰচাৰিত ধৰ্ম্মৰ শ। এনে ঘুর্গতি দুৰত্বশী জ্ঞানী
শঙ্কৰদেৱে তেওঁৰ বিদ্দশাতে চৈত্যৰ ধৰ্ম্মৰ এই দোষ (defect)
ভালকৈ বুজিব পাৰিছিল, সেইদেখি তাৰ প্ৰতি অলপো তেওঁ ।
আকৃষ্ট নহৈছিল । শঙ্কৰদেৱে নিজ কীৰ্ত্তন দশম আদি অলেখ।
ধপ্রশাস্ত্ৰ ৰচন। কৰি তেওঁৰ ধৰ্ম্মৰ সুন্দৰ সুদৃঢ় আক্ৰষ্টি গঠন কৰি দি
গল চৈতন্যদেৱে তেওঁৰ প্ৰচাৰিত ধৰ্ম্ম বিবৃত কৰি এখন পুথি
লেখা নাছিল যি তেওঁৰ প্ৰথমত সুদৃঢ় কৰি ৰাখে । তেওঁৰ পিছত
তেওঁৰ শিষ্য সকলে হে তেওঁৰ ধন্য ব্যাখ্যা কৰিছে। নিজে নিজৰ।
মন্ত আৰু বিশ্বাসৰ কথা লেখা এক, লোকে লেখা এক । চৈত্যই
তেওঁৰ নত মাথোন এখন গ্ৰন্থ ৰচনা কৰিছিল, সিও তেওঁৰ
জাৱনৰ মাগ ছোৱাত 'অৰ্থাৎ নিমা অধ্যাপক অবস্থাত, আক, সিও
গীতাৰ টাকা, আৰু সংস্কৃতত। শঙ্কৰদেৱে ভূৰি ভূৰি অমূল্য গ্রন্থ
ৰচনা কৰি অসমক । ওখ পৰ ধৰ্ম্ম দিলে, অতুল সাহিতা দিলে,
নিৰ্ম্মল চৰিত্ৰ দিলে, সাধু আচাৰ ব্যৱহাৰ দিলে ; অসমীয়াক গীত
দিলে, বাজনা দিলে, নাট দিলে, ভাৱন। দিলে, মহৎ আদশ দিলে ;
মুঠতে অসমক সকলোপিনে ধন কৰিলে। এটজন পুৰুধে আসামক
ঘি দিলে তাৰ ধাৰ আসামে কেতিয়াও গুজিব নোৱাৰে । এইজন
পুৰুষে অসমীয়াক যি দি শল, ঘি উপকাৰ কৰি গল, তাৰ তুলন
পৃথিবাৰ কোনো দেশতে নাই। এইজন পৃষ্ণধক অসমীয়াই মহ
পুকষ বুলি এক ধনিষ্টামানো অতিৰজন কৰা নাই। ভাই অসমীয়ু !
তুমি মহাপুৰুষ শঙ্কৰদেৱক পাই ধন্ত হৈছা। তোমাৰ অনেক কালৰ
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২২৩
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
