পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২২ • শকৰণে । আছিল ; পিছত ভকতজনৰ হৈ আনে অনেক কাকূতি মিনতি কৰি । ক্ষমা প্রার্থনা কৰিলত হে শঙ্কৰে তেওঁৰ দোষ ক্ষমা কৰিছিল । এনেকুৱা অনেক উদাহৰণ আছে। । শঙ্কৰদেৱৰ ধৰ্ম্মৰ এনেবোৰ কটকটীয়া বান্ধ, আৰু সি সুগঠিত দেঙ্গি মহাপুৰুষীয়া ধৰ্ম্ম মাজি লৈকে আসামত সতেজ সবল হৈ আছে, আহাৰ কোনো বিশেষ অৱনতি ঘট। নাট । চৈতন্যৰ ধৰ্ম প্ৰচাৰৰ প্ৰণালীত সত্ৰ সভা পাতি সদাচাৰৰ কটুকটীয়া নিঘুম প্রচলিত নাই দেখি তেওঁৰ পিছৰেপৰাই তাৰ লাহে লাহে অবনতি ঘট দি ঘাইকৈ “নেড়। নেড়াৰ পেৰ" আৰু জাত হেৰুৱা৷ "বোষ্টম” ইতৰ লোকৰ ধৰ্ম হৈ পৰিল। চৈতর নিজৰ ভাবতে বিভোৰ ; তেওঁ কল্পনাত কৃষ্ণাঙ্গজনিত প্রেস- যুগৰ সোৱাদ লৈয়েই আক লোকৰ আৰু শিষ্যৰ মুধত কৃঞ্চনাম শুনিয়েই সময় কটাইছিল ; ভবিষ্যতৰ চিহ! অর্থাৎ ভক্ষিতত তেওঁৰ ধৰ্ম্ম মাক সম্প্রদায় টি কবন্ত চিঞ্চাই তেওঁৰ মন অধিকাৰ নকৰিছিল । সেইদেখি তেওঁ প্ৰচাৰ কৰ। ধৰ্ম্মৰ এনে প্ৰদৰ্শন । ধর্ম প্ৰচাৰক। শঙ্কৰদেৱ "ৰ " (Reformer} ধৰ্ম্মসংস্কাৰক কিস্ত ©5 ৰে টি কেল প্ৰফৰ্ম্মৰ’ ।Practical reformer অর্থাৎ দেশ কূল পাত্র। আৰু উবিষ্যত ভাবি চলা ধসংস্কাৰক ধৰ্ম প্ৰচাৰক sৈ ৭৪দেৱ । “ৰিফৰ্ম্মকৰ” কি ‘ৰূপ্রেবটিকেল” তথাৎ ওপৰত কোরান্টোৰ ওলোটে। ; আাক ঘাইকৈ তেওঁ "ড্রিমৰ” (dreamer) অর্থাৎ ভাবাবেশৰপৰা লোৱ সপোনত কাল কটোৱা লোক আছিল। উন্মাদ বাতুল নিজেতে উন্মাদ বাতুল হয়, তেওঁ লোকক উন্মাদ বাতুল কৰিব নোৱাৰে ; আৰু কৰিলেও লোকৰ কেই বা তুলতা চিৰস্থায়া নহয় । কৃষ্ণপ্ৰেমত উন্মাদ বাতুল চৈতন্যদেৱৰ ধৰ্ম্ম