ষোড়শ আধ্য ।
হ১১
প্ৰচাৰিত কৰ্মকাও একেবাৰে উঠাই দিবৰ মনেৰে নানাশাস্ত্ৰৰ
তত্ত্ব উদ্ধাৰ কৰি এথন শাস্ত্ৰ ৰচনা কৰিছিল, মাধবদেৱৰ অনুৰোধত
হে তেওঁ সেই পুথি নষ্ট কৰিলে ।
শঙ্কৰদেৱৰ ধয়া প্ৰচাৰৰ প্ৰণালীমুগঠিত আাক সুশৃঙ্কলিত আক
ভক্তজীৱনৰ নিয়ম নীতি সদায়াবের নিয়মিত ’ বুলি আঃমি ওপৰত
কৈছো তেওঁ গুৰিৰেপৰ। লামঘৰ, মণিক; আাক ভকতৰ হাট৷
সজাই সত্র-সভা পা'ত তিনি-প্ৰসঙ্গৰ নিয়ম বাকি দি ধৰ্ম প্ৰচাৰ
কৰিছিল । তেওঁ উজনি ভাটী যলৈকে শৈছিল. স্বতে আছিল, ততে
এই নিয়মৰ কটকটীয়া বাপে ৰ কাৰ্য৷ কৰিছিল । ভকতসকলৰ
ভিতৰত কাৰ্যে, ওঁ বান্ধি দিয়া নিয়ম আক ধৰ্ম প্ৰণালীৰ অলপ
লৰচৰ দেখিলে সেইজনক তেওঁ কথোৰ শাসনলৈ আনিছিল।
গুণী ব্যাপকলাই খঙ্কৰদেৱৰে সৈতে গুৰিৰেপৰা থাকি তেওঁৰ ধৰ্ম্ম
আশ্ৰয় কৰি আছিল, আৰু শঙ্কৰাৰ প্ৰিয়পাত্ৰ আছিল ; কিন্তু
এবাৰ তেওঁ শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্মৰপৰা অলপ ভৰিপিছলি পৰি
নৰীয়া পুতেকৰ অৰ্থে শিৱৰ মন্দিৰত পূজা দিয়াত শঙ্কৰদেৱে
তেওঁক একেবাৰেই পৰিত্যাগ কৰিলে। দ্বিতীয়বাৰ শঙ্কৰদেৱে
তীৰ্থ কৰিবলৈ যাবলৈ ওলাওঁতে এজন ভকতৰ হাতত এটক
কপ থাকিও, শৰদেৱে "তীর্থৰ খৰচৰ বাবে জানো তোমাৰ হাতত
ধন আছে ?” বুলি শোধত তেওঁ নাই বুলি কলত শঙ্কৰদেৱে
সেই কথা বিশ্বাস কৰি তেওঁক নিজৰ খৰচত খুৱাই লৈ যাবলৈ
স্বীকাৰ কৰি । লগত লৈ গৈছিল ; পিছত শঙ্কৰদেৱে ভকতজনৰ
হাতত ৰাপ এটকি থক। জানি, আগেয়ে তেওঁ মিছা কথা কৈছিল,
এই অপৰাধততেওঁৰে সৈতে প্ৰায় এমাহ কথা নোকোৱাকৈ
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২২১
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
