পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৬ শঙ্কৰদের । শঙ্কৰদেৱক তাৰপৰা জাতৰাই থৈছিল ; কাৰণ, তেনেকুৱা অতিৰিক্ত ভাবপ্রবণতাউন্মত্ততাবিহুৰলত শঙ্কৰদেৱৰ স্বভাৱৰ বিকদ্ধ । ভগৱতী বৈষ্ণৱধৰ্ম্ম সৰ্বসাধাৰণৰ ভিতৰত প্ৰচাৰ কৰি। তাক স্থায়ী কৰিবৰ নিমিত্তে তেনে প্ৰণালী আৱশ্যক বুলি শঙ্কৰদেৱে । নাভাবিছিল । । শবিধেৱে সদাচাৰ সুনীতি ধৰ্ম্মৰ প্ৰধান অঙ্গ কৰি ৰাখিছিল। মুঠতে ঈশ্বৰত অচলা ভক্তি, নিজৰ জীৱনত পবিত্রত , সদাচাৰ । আৰু সংযম, পৰৰে সৈতে ব্যৱহাৰত সত্য ফায়ণতা, এইবোৰেখে তেওঁ তে A শিষ্য হৰিভকতৰ জীৱন গঠন কৰিছিল। সামাজিক ৰীতি নীতি ৰক্ষ। কৰি চলিও তেওঁৰ প্ৰচাবত ধৰ্ম পালন কৰিবলৈ। তেওঁ শিক্ষ্যসকলক সুবিধা দিছিল। । তেওঁ বুsিছিল যে তেওঁৰ শিষ্যসকল সমাজত প্ৰচলিত ৰীতি নাধিপত্য একেবাৰে বিছিন্ন ভলে সমাজৰপৰা এৰ'ই ধৰি কৈকুল হব। , সেইদেখি যদিও তেওঁ প্রতিমা পূজগ না, তার্থকষা, শ্রাদ্ধ কৰআদি কাৰ্য্য তসাব বিবেচনা কৰিছিল, তথাপি সেইবোৰ উপস্থিত সমাজ-বান্ধনীৰ 'ত’জ প্রত্যক্ষ দে°ি তেওঁ একেবাৰেট দলিয়াই নেপেলাইছিল । ‘তীৰ্থ বুকি কৰে। স্থত শুদ্ধি । প্রতিমাত কৰে দেৱতা বুদ্ধি । বৈঞ্চৱত নাই ইসব । মতি । গৰুতো অধম কৃষ্ণ বদতি ॥ ” কীৰ্ত্তন । মাধবৰ বৈনায়েক গয়ডপাণিয়ে ( পিছত নাম—ৰামদাস) তীৰ্থলৈ যাবলৈ বৰ ইচ্ছ৷ কৰি আছিল ; এনেতে তেওঁ শঙ্কৰদেৱক লগ । পালে। শঙ্কৰদেৱে "তত্ৰৈব গঙ্গা যমুনাচ তত্ৰ গোদাবৰী সিন্ধু সৰস্বতী । সৰ্বানি তীৰ্থানি এসত্তি তত্র| ঘরাচাতোদ্যৰ কথা প্রসঙ্গ ॥ শ্লোক পঢ়ি তাৰ অৰ্থ কৰি গয়াপাণিৰ মনৰপব। তীর্থ