পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ষোড়শ , আধ্যা। ২ ১ ¢ মাধৱদেৱে বৰ্ণোৱাৰ নিচিনা –সদায় “গহীন গম্ভীৰ ধীৰ ধীৰমতি । এই কথাৰপৰা কোনেও যেন নাভাবে, শঙ্কৰৰ কৃঞ্চপ্রেম কম আক চৈতন্যৰ বেছি । ও গ্ৰত কৈ আছিঙে যে শঙ্কৰৰ প্রেম মুশূন্ধক, চৈত্যৰ প্ৰেম উচ্ছ স্থল । উই ন ন স্বভাৱ অমুসৰি এই প্ৰভেদ। তাক এটা কথা, শধৰ দাসীগ্না, 25 বাদ। । অসমীয়াৰ চানেকী শঙ্কৰ, বঙ্গালৰ চানেকী ৮ৈত্য। সমী) জাতি স্বভ ব্লতে “চেন্টিমেণ্টল” (Sentimental অর্থাৎ অনিৰিক্ত ভাবপ্রবণ। নতম্ব আৰু | excitable) উত্তেজনীয় নয় , অসমীয৷ ‘বিজর্ড" (reserveঅর্থাৎ সংযত , বঙ্গালীজাতি স্বভাৱতে উত্তেজ্ঞনীয় স্থা অতিৰিক্ত ভাবপ্রবণ । 'অল ও বঙ্গালীৰ চকুৰপৰা পানী ওলাখ। অলপতে তেওঁ কৃতজ্ঞ হয়, অল । ত নচামচি কাৰ, অলপতে খঙত উতলে, অমত গদ Yদ হয়, পুণাত জৰ্জৰিত হয়, আত্মসংযম পাহৰি যায়। যি বস্তু বেগেতে তপত হয়, সেই বস্তু। বেগেতে চেঞ্চাও যু । সেইদেখি । এষাৰ মিঠা মাতত, এটা মৰমৰ কায্যতেই বঙ্গালী পমি পানী হয়। ভাবপ্রবণ (Sentimental৷ মানুহৰ স্বভাৱেই এনে। বঙ্গালীজাতিৰ স্বভাৱ বঙ্গালীৰ প্ৰতিনিধি বঙ্গাব্দী ধৰ্মপ্ৰচাৰ ক চৈতষ্ঠ দেৱৰ গাত যে সম্পূৰ্ণৰূপে থাকিব আৰু তেওঁৰ প্ৰচাৰিত ধৰ্ম্মত তাৰ। আতিশয্য প্রকাশ পাব তাত আশ্চৰ্য্য কি ? চৈতন্যদেৱৰ । প্লাত শঙ্কৰদেৱ আকৃষ্ট নোহোৱাৰ ইও এটা ঘাই কাৰণ । চৈত্যৰ ধৰ্মগ্রটাৰত অতিৰিক্ত ভাবপ্রবণল, অসংযত আৰু “অনুপ্রেকাটিকেল” অর্থাং কল্পনাভূমিষ্ঠ, কিদ্ব ফলোপধায়ক নোহোৱা কাৰ্য্য, দেশ কাল পাত্ৰৰ প্ৰতি তাকৰ দৃষ্টি, অদূৰশিতাইত্যাদিয়ে