পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১২ শঙ্কৰদেৱ । মহাপুৰুষীয়া ধৰ্ম্ম আৰু চৈতন্তপন্থীয়া ধৰ্ম্মত শৰণ বা দীক্ষাৰ প্রণালীতও অনেক প্রভের আছে, যিবোৰৰ বিষয়ে ইহাত কৈ আমি মহাপুৰুধীয়া আৰু চৈতন্যপন্থীয়৷ লোকৰ মন ফু৷ । কৰিব নোখোজে ; কাৰণ সেইবোৰ গোপনীয় কথা । মুঠতে কওঁ চৈতন্থাৰ দীক্ষাত ষোল নাম, শঙ্কৰৰ শৰত চাৰি নাম । শঙ্কৰদেৱে ভাটাত থাকোতে জনক চৈতন্যপন্থীয়। ধোলনামৰ দীক্ষা লোৱা লোকক দেহ পথ এৱাত শৰণ দি মহাপুৰুষীয়া কবিছিল । চৈতন্যদেৱৰ । ধৰ্মপ্ৰচাৰত কৃষ্ণপ্রেমত উন্মত্ততা, কৃষ্ণভাবত আৰু ৰাস্বিকাৰ ভাবত বিভোৰতানাচি নাচি সংকীৰ্ত্তন, ভাবত মাটিত বাগৰি বাগৰি ফুৰালেন্তি লোৱা ভাববিলভাৰ। আIধক্যত স্মা, অজ্ঞানতা, ইত্যাদি । শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰত তাবপ্রবণতা গাম্ভীৰ্যৰে সৈতে মিহলি , সন্ধাত্তনত প্ৰেমৰ আাবেগ। আছেকিন্তু উচ্ছলৈতা নাই , সি মিঃমিত, মুগঠিত আৰু সুশৃঙ্গলিত। চৈতন্নাই কৃষ্ণনাম শুনিলেই বিহবল বাতুল হয়, লঙ্কাত্তন কৰি কৰি প্ৰলাপ বকে, আৰু শেহত তেওঁ অজ্ঞান। অৱস্থা প্ৰাপ্ত হয় । শঙ্কৰদেৱে কৃষ্ণনাম শুনি । ভক্তিত গদগদ হয়, গভীৰ ভাবত নিমগন হৈ স্কৃতি, প্ৰাৰ্থনা, অন্ধুতাপ কৰি নিজক ধ্য মানে। চৈত্যও কৃষ্ণপ্রেমিক, শঙ্কৰও কৃঞ্চপ্রেমিক ; কিন্ধ চৈতহ্যৰ প্ৰেমত চঞ্চলতা, শঙ্কৰ প্ৰেমত ধীতা ; চৈতহ্যৰ প্ৰেমত ধুমুহাবতাহ আৰু প্ৰবল ঢোৰ হেন্দোলনি, শঙ্কৰৰ প্ৰেমত প্রশাশ্বতা আৰু মুগভীৰ স্থিৰতা । চৈতন্যদেৱে জগন্নাথৰ ৰথৰ আগত সঙ্কীৰ্ত্তম কৰেতে কৰোঁতে-– উলও নৃত্যে প্রস্তু কৰিয়া হমাৰ। চক্রক্রমি অমে যৈছে অলাত আকাৰ ॥ । কস্ত স্বেদ পুলকাশ কম্প বৈৰণ ।