পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ষোড়শ আধ্য । ২১১ শঙ্কৰ কলিত সন্নাস আশ্ৰমৰ বিপক্ষ সাছিল । ৷ শঙ্কৰ আদৰ্শ গৃহস্থ, ভক্ত বৈষ্ণৱ । গৃহস্থই গৃহকাৰ্য্যক সকলে ক উব্য সাধন কৰি, সকলো দায়িত্ব গাও ৰাখিও ঈশ্বৰৰ নাম কীৰ্ত্তন কৰি শুদ্ধ সত্বৰূপে থাকি ধৰ্মানুষ্ঠান কৰি থকাটো তে ও শেষঃ বুলি জ্ঞান কৰিছিল। জনক তেওঁৰ আৰ্থি গাড়িল, শঙ্কৰাচাৰ্য্য নকয়। তেওঁৰ মতে । বৈষ্ণৱ হবলৈ সন্ন্যাসী হবৰ কোনো প্রযোজ। নাই তেওঁৰ তেনেকুৱা মত থকাৰ নিমিত্তে তে কণ্ঠভূষণে বাবাণনীৰ পৰা যেতিঙ্গা সংস্কৃত ৰত্নাৱণী পুথি মানি তেওঁক দিয়ে, তাৰ এগকাৰ বিষ্ণুপুৰী সন্ন্যাসী বুলি শুনি তেওঁ প্ৰথমতে সেই পুথিৰ ওপৰত শ্ৰদ্ধা প্রকাশ কৰা নাছিল , পিছত কণ্ঠভূষণৰ অনুৰোধত পুথিখন আগৰপৰা গুৰিলৈকে পঢ়িহে তেওঁ তাৰ গুণত । মুঠ হৈ পুথিখন মূৰত লৈ 'মানন্দত নাচিবলৈ ধৰিলে । ।--*প্লাৱনী প্রন্ত বাৰাণসী হন্তে আনি। শঙ্কৰদেৱক দিয়! বুলিলন্ত । বাণী ॥ বিষ্ণুপুৰী নামে এক সন্ন্যাসী মাছিল । ইতো গ্রন্থগান বাপু তেহেঁ। বিৰচিল । • * * শুনিয়া শঙ্কৰদেৱে হেলা কৰিলন্ত । সন্নাসীৰ কৃত জ্ঞান কৰ্ম্ম কহিলত । কিবা কাম ইহাত ব{ মাছ আমাৰ । * * * পাছে একশৰণ শঙ্কৰে দেখিলন্ত ॥ কিনো মহা দিব্য গ্রন্থ মানিয়া মনত। উঠিলপ্ত গ্রন্থথান ধৰিয়া শিৰত। নাচন্ত হৰিষে আতি মনে মহ ৰঙ্গ। বোলন্ত জানিবা বিষ্ণুপুৰী মোৰ সঙ্গ । ' — দৈত্যাৰি । শঙ্কৰদেৱে “একাদশত” লেপিছে,- কৃষ্ণই অৰ্জ্জুনক গীতাত কৈছে, "তপ জপ সন্ন্যাস পৰম মহাদানে নপাৱে আমাক সখি যোগ মহাজ্ঞানে । ” কৃষ্ণই উদ্ধৱক কৈছে, “ নপাৱে আমাক একাদশী উপবাসে । নকৰয় বৰ্ণমোক পৰম সন্ন্যালে ॥”