পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যোড়শ আধ্য। ২ - ৭ ভাববোৰ নিজৰ জীৱনত সাকাৰ কৰি লবলৈ সুবিধা দিছিল। আমাৰ বিশ্বাস, জয়দেৱ বিস্থাপতি আৰু চণ্ডীদাসৰ জন্ম আগেয়ে নোহোৱাহেঁতেন নিমাই বিশ্বম্ভৰ প্ৰকট চৈত্য হোৱাটো অসম্ভৱ হলহেঁতেন । চণ্ডীদাসৰ বৰ্ণিত পৃন্দবাগ, ৰাধিকাৰ ব্যাকুল বিৰহ, মধুৰ প্ৰেম আৰু দ্বিাথ্যাম্মাদ চৈত"কল কৰি। ‘নজৰ কৰি নিজৰ জীৱনত দেখুৰ’লে । Tধা: bণ্ডৗদাসৰ কৰিলন্ত “জলদ নেহাৰি নয়নে ঝক (পাৰ, রঞ্চ ত দশম কৰি ব মুসল তা আলিষন আক একদৃষ্ট মগধ মযুগীৰ কণ্ঠ নিইপক্ষণ বৰিছিল, চৈতণ্ডাই ও তেওৰ জীৱনত অনেকবাৰ তেনেক। কৰিছিল। চণ্ডীদাস রঞ্চৰিখত ৰাধাৰ অঙ্গান অৱস্থা বৰ্ণনা কৰি লেখিছে । —‘তুলাখানি দিল নাসিব। মাঝে । তবে সে । রবিল শোয়{স ‘গণসে ॥ চৈতন্তঃৰামৃত গ্রন্থত আছে "আবেশে চলিগ প্ৰভু জগন্নাথ মন্দিৰে । জগন্নাথ দেরি প্রেমে শলা তস্থিৰ ॥ জগন্নাথ লিপিতে চলিল৷ ধাইয়া। মন্দিৰে। পৰিল প্রেমে আবিষ্ট হয়৷ ॥। শ্বাস প্রশ্বাস নাহি উদৰ । ম্পদন। দেখিয়া চিহিত লৈ ভট্টাচায্যৰ মন ৯ স্বল্প তুলা আনি নাসা-আগ্ৰেতে ধৰিল । ঈষৎ চলয়ে তুলা দেখি ধৈর্য্য হৈল ॥” চণ্ডীদাসে লেখিছে - ৰাধাই কৃষ্ণ নাম গুনিলে কৃতজ্ঞ হৈ প্রেষত সেই নাম উচ্চাৰণ কৰোতাজনৰ ভৰিত ধৰিছিলি,— “অকথন বেয়াধি এ কহা নাহি যায় । যে কৰে কামুৰ নাম। ধৰে তাৰ পায় ॥ পায় ধৰি কাদে সে চিকুৰ গড়ি যায় । সোণাৰ পুতলী যেন ভূতলে লোটায় ॥” গোবিন্দ দালৰ ফচাত আছে, চৈতন্তৰ *কৃঞ্চ অফুৰাগে সদ আকুল হৃদয়। শুনিলে কৃষ্ণৰ।