পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ৩ ৬ শঙ্কৰদেৱ । বাবে শব্দৰ প্ৰচাৰিত ধৰ্ম্মৰ আন চৈত্য প্ৰচাৰিত ধর্মতকৈ ওখ । শঙ্কৰদেৱৰ প্রৱাৰিত বৈষ্ণৱধৰ্ম্ম নিৰিহনিপানাকৈ শ্ৰীমদ্ভাগৱতৰ পৰা অনা ধৰ্ম্ম । চৈত্যৰ প্ৰচাৰিত বৈঞ্চরধয় তাকল যে শ্ৰীমদ্ভাগৱতাসুমোদিত এনে নহয়, সি ব্ৰহ্মবৈবৰ্ত পুৰাণ, বৃহন্নাৰ দীয় পুৰাণ, আৰু ঘাইকৈ অঘদেহৰ ীেতগোফি, বিছাপতি অক চ ঔীদাসৰ কবিত , ৰামান” ৰায় ৩াদিৰ নাটক , কপ সনাতনব সংস্কৃত কৃষ্ণলালাব হন্থ তাষিণ ভরবেগে সানমিহলি । তেওঁ তেওঁৰ ৰাধ-ভাবৰ নিমিত্তে ঘ’ৰপৰা যি সেই ভাবৰ পবি পোষক পাছিল তাৰেই তেওঁৰ বৈষ্ণবধ ডাঙৰ-দীঘল কৰিছিল । বাস্তবিকতে কবলৈ গলে, বিষ্ঠাপ'ত, চণ্ডীদাস আর জযদেৱৰ কবিতা ;ে তেওঁখ প্রচাৰিত ধৰ্ম্মৰ শাক ঘাইকৈ তেওঁৰ মত কৃষ্ণ-প্রেমৰ উৎপধিক বুলিব লাশে । চৈত্যৰ অতিৰিক্ত ভাব প্রবণ মনত বিষ্ঠাপতি চও।দাস । আ ক জগদেৱৰ প্ৰচি কবিতা অস্তুবিত বদ্ধিত আৰু পুপিত হৈ উছিঠিল । তেওলোকে কবিতা কৰি প্ৰাধাকৃষ্ণব প্ৰেমৰ বিষয়ে, স্বাধাব কৃষ্ণবিবহৰ বিষয়ে ঘি লেখিছিল, চৈতশৃঙ্গ সেইবোৰ তেওঁৰ জীৱনত তাভিনয় কৰি প্রক ত যেনকৈ দেখুৱাবলৈ চেষ্টা কৰিছিল। একেই চৈতন্ত্যৰ অতিৰিক্ত ভাবপ্রবণতা (Sentimentalism), প্রতিতাসুলভ বুদ্ধিৰ প্রখৰত। আক প্রগাটি পাণ্ডিত্য, তাব ওপৰত তেওঁৰ “জিনিয় য়চ” (Genius) মূলত অর্থাৎ নবনবোন্মেষশালিনী বুদ্ধিমূলও ‘একচেটি চিটি” { eccentricity) কেন্দ্রশ্ৰষ্ট বৈষম্য, এই এটাই বোৰে মিলি তেওঁক জয়দেৱ বিষ্ঠাপতি আক চণ্ডীদাসৰ কবিতাময়