পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যোড়শ আধা । ২ - ৫ বর্ণিত গোপীৰ ভাব,- "কতোজনী কৃষ্ণ হুয়া বাৱে বংশী তুলি । ন কৃষ্ণময় হুয়া কতো আননন্দতে চলে ॥ ৯ নকৰিবা ভয় বুলি কতো গোপী মাতে। মই প্ৰাঞ্চ আইো কি ক'ব বৃষ্টি বাতে ॥...... ধৰিলে। মনন্দৰ হেৰ চাপ নিৰন্তৰ । ' ইত্যাদি। । চৈতনাৰ এই সোহং ভাব, “বুঞি সেই মু' ৫ সেঃ কহি ক ও হাসে ”-চৈত্য ভাগৱত । বিদ্যাপতি গৗ ততো এহ কথ! ‘অসুখন মাধৱ মাধৱ। দোঙৰিতে সুন্দৰ ভেল মাধাই ॥” জয়দেৱৰ আনাতো এট,- “মুহুৰবলোকিতমগুনলীলা। মুৰিপুৰত শি। ত 'ভাবনশীল।। ' কিন্তু শঙ্কৰে উপস্তা উপাসকৰ প্ৰভেদ সাৱধানে বাধিছিল ; কাৰণ তেওঁ জানিছিল, যে কান্ত আক প্রণয়িণীৰ প্রেম যদিও খুৰ ওখ তথাপি সাধাৰণ লোকৰ হাতত পৰি সি নিশ্চয় অধোগতি প্রাপ্ত হব। সংসাৰীৰ সংসাৰ ধৰ্ম্মত দেইভাব কাৰ্য্যকৰ নহয় বৰং বি ।দজনক । সন্ন্যাসধর্ষ৬প্ৰতিভাশালী ধর্মংিস্থাপকে গুৰিতে সেই ভাব ভালে। ৰাপিলেও পিছত শিষ্যসকলৰ দ্বাৰাই যে । তাৰ দুৰ্দশ ঘটিব, সেইটে বদলী শঙ্কৰদেৱে ভালকৈ জানিছিল। সঁচাকৈ চৈত প্ৰচাৰিত ধৰ্ম্মত তেন ঘটিলোআক সেই ধৰ্মৰ অৱনতিৰ লিয়েই এটা ঘাই কাণ । ‘ষ্ঠামমেব পৰংপ । পুৰীমাধুপুৰী বৰ। বয়ঃ কৈশোৰকং ধ্যেয়মাস্তএব পৰে। ৰসং ৷”—-পদাবলী । অর্থাং ৰূপৰ ভিতৰত তামৰূপ, পুৰীৰ ভিতৰত মথুৰাপুৰী, বৰ্ষসৰ ভিতৰত কৈশোৰ আাক ৰসৰ ভিতৰত আদিৰস শ্রেষ্ঠ ; এইটো চৈতন্ত্য প্ৰচাৰিত ধৰ্ম্মৰ মূলমন্ত্র । শব্দৰ প্ৰচাৰিত ধৰ্ম্মত, বাঘজৰী ছিগিলেই ভয়ানক বিপদজনক উদ্দাম আদিৰসৰ এনে প্রধাই নাই তাক দেই ।