পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষোড়শ সাধা} । ২ ১১ ইয়াৰ পিছত সাৰ ঢৌম ভট্টাচাৰে সৈতে চৈতন্তদেৰ তক । হওঁতে অদ্বৈতবাধৰ বিকান্ধে চৈতষ্ঠাধে ’ এনে দৰে কৈছিল-

  • সচ্চিদানন্দ জয় ঈশ্বৰ স্বৰূপ { "িনি *৭ে অতি জঘ তিন কাপ ॥

গলন্দাশে হল।দিনা সদ•শে সন্ধন। । ১৭ শ দ•fবং য' ৰে জ্ঞান কৰি মানি ॥ অস্তুৰঙ্গ f wচ্ছপি ন তস্থা উী শ' ৰু বহিৰঙ্গ। মায় তিনে কৰে প্রেমভকি| মড়বধ , ঐণন্য প্রত্ৰ পচচ্ছঞি- বিলাস । তেন শকি নাছি মান পৰম সাংস। মাযাধা মায়াংশ । ঈশ্বৰে জাবে ভেদ । হেন জীব ঈশ্বৰ সনে কৰহ হ ভেদ ॥ গীশ । শাস্ত জীবশ্বৰূপ শপি কৰি সনে eেন খাrদ আভেদ কৰ ঈশ্বৰৰ । সনে ।" ইয়াৰ পিছতো তেওঁ তখন ঠাইত ম মায়াবাদী সন্ন্যাসী । মোক বৈষ্ণৱতৰত । উপদেশ দি থক, বুলি বিনয় কৰি আনৰপধা বৈষ্ণৱ ধৰ্মৰ তত্ব ওনিছিল । মহাবৈঞ্চব ৰামাননন্দ বায়ু ৰ সৈতে দেখা হওতে ৰাণক চৈত? ই কৈছিল "প্র, কহে তুমি মহা ভাগ বতোত্তম । তোমাৰ দৰ্শনে ‘ভাৰ দিব হৈল মন ॥ আনেৰ । ক-কথা মায়াবাগা সন্ন্যাসী । আমিই তোমাৰ স্পর্শে কৃষ্ণপ্রেমে উপসি ।” তয়াৰ দ্বাৰাই যদিও স্পষ্টকৈ দেখা যায় যে তেওঁ সন্ন্যাসী - সুলভ বিশ্বাস অধৈতবাদৰ বিপক্ষ আছিল, তথাপি তেওঁৰ বংশগত শিক্ষাগত অৰুক সম্প্রদায়গত অদ্বৈতবাদৰ ছা তেওঁ তেওঁৰ গাত নপৰাকৈ ৰাখিব নোৱাৰিছিল । কাৰণ তেওঁৰ অদ্বৈতবাদ শ্রীমতী বাধাৰে সৈতে একত্ব অভেদতাত পৰিণত হৈছিণ। । তেওঁ নিজক ৰাধাভাবৰ দ্বাৰাই অনুপ্রাণিত কৰি সম্পূৰ্ণৰূপে ৰাধা সাঙ্গি ব্ৰজভাব । অস্তৱ কৰি । কৃষ্ণপ্রেম সম্ভোগ কৰাটোকেই তেওঁৰ ধৰ্মজীৱনৰ প্রধান উদ্দেশ্য কৰিছিল।