পঞ্চদশ আধ্যা
১৯৩
বিদ্যানন্দ ৷” ‘শঙ্কধাৰণ্য-ধTEাষা বৃক্ষেৰ এক শাখা । মুকুন্দ ।
কংশানাথ ৰূদ্ৰ উপশ্যপায় লেখা £” গোবিন্দ ম।ধৱ বামুদেৱ ।
তিন ভাই। । ঘাস ভাৰ কীৰ্ত্তনে ন'১ে চৈত নিতান্ধ । “পৰণা
নন দী আৰ স্বৰূপ দামোদৰ । গদাধৰ ক্ৰগদানন ইঙ্ক ৰ
বক্রেশ্বৰ ॥” “পীতাম্বৰ মাধবাচায্য দাস দামেদ। গ্ৰন্থৰ মুকুন্দ।
জ্ঞানদাস মনোহৰ । আন কি তিক ত" মানুহ ভকতনীৰে। নাম
আছে - মাধবাদেবী শিথি-মাহিতাৰ ভগিশী। এবাধা দাবী
মধ্যে ধাৰ । মাম গণি ” “তাৰ ভগিনী দময়গুী প্রভৃৰ প্রিয় দাসী ।
প্রত্ৰ ভোগৰ সামগ্রী কৰে ধাবমাসি।" অথচ আযাব আসামৰ । ।
মহাপুৰুষ অদ্বিতীয় ধাৰ্ম্মিক, বিদ্বান, ধন, মানী, শিৰোমণি ভূয়ী
শবদেৱৰ হে উল্লেখ নাই । এইটে। শঙ্কৰদেৱ চৈতন্টদেৱৰ শিষ্য
বুলি মাজতে উলিৱ ভেটিনথক। কথাৰ বিৰুদ্ধে যোৱা এটা ডাঙৰ
কথা নহয় নে ?
শঙ্কৰদেৱে চৈ তঃ ৰপৰা অলপো সহায় পোৱাৰ প্ৰমাণ নাই;
বৰং নোপোৱাটে।ৰ হে আছে। চৈতন্থাৰপৰা কিব৷ সহায় পোৱাৰ
কথা কৈ শঙ্কৰঃদয়ে একে৷ লেখি থৈ যোৱা নাই। তেওঁৰ ৰচিত
কোনো পুথিত চৈতৰ ৰ নাম নাই। শঙ্কৰদেৱৰ সমগ্ৰত লিখা।
অসমীয়। কোনো পুথিতে চৈতন্থাৰ উল্লেখ নাই । শঙ্কৰদেৱৰ পিছত
বচিত তেওঁৰ জীৱন-চৰিত্ৰ পুথিত যি উল্লেখ আছে তাৰ বিষয়ে
আমি ওপৰত কৈছে। । তাৰ বাহিৰেও যত যত অলপ অচৰপ ।
উল্লেখ আছে, তাকো তলত দিলোঁ।
আহোম ৰজাৰ বাৰে বাৰে অষ্টায় অত্যাচাৰ বাৱহাত
বিৰক্ত হৈ আহোমৰ ৰাজ্য এৰি ভটীয়াই গৈ যেতিয়া শঙ্কৰদেৱে
১৩
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯৫
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
