পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৯৩ শঙ্কৰদেৱ । । বলোৰামে উত্তৰ দিছে,-"পূৰ দেশৰ বৈৰাগী ৰাম বুলি কাটিছে ৰাও । হৃদয় মাজে ঈশ্বৰ কৃষ্ণ আপুনি বিচাৰি চাও ৷ এই দৰে ফকৰা শেষ হলত গুৰুঈশ্বৰ চৈতাদেৱৰ মন্দিৰত প্ৰবেশ হৈছে। মাসন দি সম্ভাষণ কৰি সিদ্ধ । অন্ন সমুখত দিছেতি । শঙ্কৰদেৱে পকার দেখি কেচা হওক বুনি । কোৱাত সমস্ত অন্ন ব্যঞ্জন কেচা হৈছে । পৌৰাঙ্গ প্রত্নৰে । দেখি শঙ্কৰকে ঈশ্বৰ-শক্তি বুলি প্ৰশংসা কৰি অতি সমাপৰে বিদায় দিছে ।” ওপৰত দিয়া এই কথা আমি পিতৃদেৱতাৰ মুথেও শুনিছিলে*। । এই কথাৰপৰা। শঙ্কৰদেৱ আাক চৈতন্মাদেৱৰ ভিতৰত গুক শিষ্য ধা বহুত দিনৰ। আগৰে পৰা চিনাকী থকা এনে কোনো ভাবৰ আভাষ পোৱা নাযায় ; বৰং দুইজন স্বাধীন ভাৱৰ ধৰ্ম্ম প্ৰচাৰক এনেটোহে বুজা যায়। দৈত্যাৰি ঠাকুৰে কৰা চৰিত্ৰ পুথিত আাছে যে শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে বাটত চৈত্যৰ মঠ পাইছিল । শখ আছা শুনি চৈতন্যদেৱ মঠৰ ভিতৰৰপৰা ওলাঃ মহি শঙ্কৰৰ ফালে চাই থাকি তেওঁৰ চকুৰ লো বৈ গৈছিল ; কিন্তু ছুইৰো ভিতৰত কোনো কথা নহল,-প্ৰভাতে উঠিয়া নিত্যে গমন কৰয় । কৃষ্ণচৈতন্ত্যৰ গৈয়া থানক পাইলস্থ ॥ পথত চলন্তে শিক্ষা দিলন্ত লোকক । নকৰিব কেহেঁ৷ নমস্কাৰ চৈতন্যক ॥ যিটোজনে নমস্কাৰ কৰে চৈত্যক। উলটায়া ঠেছো প্রণাযথা সিজনক ॥ মনে নমস্কাৰ তাঙ্ক কৰিব৷ । এতেকে । এঠি বুলি। শিখাইলহ লোক সমস্তকে । কৃষ্ণচৈতনু আছা মঠৰ ভিতৰ। ব্ৰহ্মচাৰী কহিলন্ত অসিছা শঙ্কৰ ৷৷ শঙ্কৰৰ নাম শুনি ফ্ৰঞ্চচৈতন্তৰ । মিলিল আনন্দ বাজ ভৈলন্ত মঠৰ ॥ হুৱাৰ মুখত বহি আছিল।